• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব; একে থাকিব সমষ্টিৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 12:32 pm
assam-district-map1
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক নিৰ্বাচনৰ পূৰ্বেই অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব।

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ এই প্ৰস্তাৱটোত ৰাষ্ট্ৰপতি কোবিন্দে সন্মতি প্ৰদান কৰাৰ পিছতে এইটো নিশ্চিত হয়।

Apply Now

দেশৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে জনাইছে যে ২০০৮ চনত সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ ৰৈ যোৱা অসমকে ধৰি ৪খন ৰাজ্যৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হ’ব।

এই ৰাজ্যকেইখন হ’ল- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ড।

লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ৰাজনৈতিক ভাগবোৰক অঞ্চলভিত্তিক নিৰ্বাচনী সমষ্টি (territorial constituencies)ত ভাগ কৰিবলৈ সীমা পুনৰ নিৰ্ধাৰণ আইন, ২০০২-ৰ অধীনত গঠিত সীমা পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰা হৈছিল। এই আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত দেশৰ আন ৰাজ্যবোৰৰ সমষ্টিবোৰ এইদৰে সীমা পুনৰ নিৰ্ধাৰণ কৰে, যিটো প্ৰক্ৰিয়া ২০০৮ চনত সম্পূৰ্ণ কৰা হয়।

কিন্তু ৮ ফেব্ৰুৱাৰি, ২০০৮-ৰ এটা নিৰ্দেশ যোগে সেই সময়ত এই ৰাজ্যকেইখনৰ আইন-শৃংখলা আৰু নিৰাপত্তাৰ দিশ উন্নত নোহোৱাৰ দোহাই দি পৰৱৰ্তী সময়লৈ এই কাম স্থগিত ৰখা হৈছিল।

ৰাষ্ট্ৰপতি কোবিন্দে এই কাৰকবোৰ উন্নত হোৱা বুলি বিশ্বাসৰ ভিত্তিত এই প্ৰক্ৰিয়া উপৰোক্ত ৰাজ্যকেইখনত আৰম্ভ কৰাৰ অনুমতি দিয়ে।

“ৰাষ্ট্ৰপতি এই কথাত বিশ্বাসী যে স্থগিত ৰখাৰ পৰিস্থিতিবোৰ এতিয়া নাই। গতিকে অনুগ্ৰহ কৰি ৮ ফেব্ৰুৱাৰি, ২০০৮-ৰ নিৰ্দেশটো ৰদ কৰা হওক”, নিৰ্দেশটোত কোৱা হয়।

এটা সূত্ৰৰ মতে অসমৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনী সমষ্টিৰ সংখ্যা বৰ্তমানৰ সৈতে একে থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd