• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব; একে থাকিব সমষ্টিৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 12:32 pm
assam-district-map1
14.2k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক নিৰ্বাচনৰ পূৰ্বেই অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব।

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ এই প্ৰস্তাৱটোত ৰাষ্ট্ৰপতি কোবিন্দে সন্মতি প্ৰদান কৰাৰ পিছতে এইটো নিশ্চিত হয়।

দেশৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে জনাইছে যে ২০০৮ চনত সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ ৰৈ যোৱা অসমকে ধৰি ৪খন ৰাজ্যৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হ’ব।

এই ৰাজ্যকেইখন হ’ল- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ড।

লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ৰাজনৈতিক ভাগবোৰক অঞ্চলভিত্তিক নিৰ্বাচনী সমষ্টি (territorial constituencies)ত ভাগ কৰিবলৈ সীমা পুনৰ নিৰ্ধাৰণ আইন, ২০০২-ৰ অধীনত গঠিত সীমা পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰা হৈছিল। এই আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত দেশৰ আন ৰাজ্যবোৰৰ সমষ্টিবোৰ এইদৰে সীমা পুনৰ নিৰ্ধাৰণ কৰে, যিটো প্ৰক্ৰিয়া ২০০৮ চনত সম্পূৰ্ণ কৰা হয়।

কিন্তু ৮ ফেব্ৰুৱাৰি, ২০০৮-ৰ এটা নিৰ্দেশ যোগে সেই সময়ত এই ৰাজ্যকেইখনৰ আইন-শৃংখলা আৰু নিৰাপত্তাৰ দিশ উন্নত নোহোৱাৰ দোহাই দি পৰৱৰ্তী সময়লৈ এই কাম স্থগিত ৰখা হৈছিল।

ৰাষ্ট্ৰপতি কোবিন্দে এই কাৰকবোৰ উন্নত হোৱা বুলি বিশ্বাসৰ ভিত্তিত এই প্ৰক্ৰিয়া উপৰোক্ত ৰাজ্যকেইখনত আৰম্ভ কৰাৰ অনুমতি দিয়ে।

“ৰাষ্ট্ৰপতি এই কথাত বিশ্বাসী যে স্থগিত ৰখাৰ পৰিস্থিতিবোৰ এতিয়া নাই। গতিকে অনুগ্ৰহ কৰি ৮ ফেব্ৰুৱাৰি, ২০০৮-ৰ নিৰ্দেশটো ৰদ কৰা হওক”, নিৰ্দেশটোত কোৱা হয়।

এটা সূত্ৰৰ মতে অসমৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনী সমষ্টিৰ সংখ্যা বৰ্তমানৰ সৈতে একে থাকিব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd