• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাক পৰাজিত কৰি জীৱন যুদ্ধত জয়ী হ’ল ১০৬বছৰীয়া বৃদ্ধা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 6:40 am
106-year-old-Connie-Titchen

কৰ'না বিজয়ী ১০৬ বছৰীয়া বৃদ্ধা ক'নি টিছেন।

5.5k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে কৰ’নাৰ তাণ্ডৱ অব্যাহত আছে। মাৰাত্মক এই ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰিছে হাজাৰ হাজাৰলোক। মৃত্যু হৈছে বহু লোকৰ।

কিন্তু এই ভয়ংকৰ মৃত্যুৰ আতংকৰ মাজতো দেখা গৈছে কিছু আশাৰ পোহৰ। এইবাৰ কৰ’নাৰ আক্ৰমণক পৰাজিত কৰি জীৱন যুদ্ধত জয়ী হ’ল ক’নি টিছেন নামৰ এগৰাকী ১০৬ বছৰীয়া বৃদ্ধা।

ব্ৰিটেইনৰ কৰ’না আক্ৰান্ত ৰোগীৰ মাজত ইমান বয়সীয়া মহিলাগৰাকীয়ে মাৰাত্মক কৰ’না ভাইৰাছক পৰাজিত কৰি সকলোকে আচৰিত কৰি তুলিছে।

বাতৰি অনুসৰি, যোৱা মাৰ্চৰ মাজভাগত বাৰ্মিংহামৰ বাসিন্দা ক’নি টিছেন হঠাতে অসুস্থ হৈ পৰিছিল। তাৰ পাছতে তেওঁক পৰিয়ালৰ লোকে বাৰ্মিংহামৰ এখন হাস্পাতলত ভৰ্তি কৰায়।

চিকিৎসকসকলে প্ৰথমতে তেওঁৰ নিউমোনিয়া হোৱা বুলি ভাৱিছিল। কিন্তু পৰীক্ষাৰ পাছত তেওঁৰ শৰীৰত কৰ’না ভাইৰাছ ধৰা পৰে।

প্ৰায় তিনি সপ্তাহ ধৰি চিকিৎসা চলাৰ পাছত মঙলবাৰে বৃদ্ধাগৰাকী সুস্থ হৈ ঘৰলৈ উভতে। হাস্পাতালৰ পৰা মুক্তি পোৱাৰ সময়ত হাস্পাতলখনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে তেওঁক হাত চাপৰি বজাই অভিনন্দন জনায়।

১৯১৩চনত জন্মগ্ৰহণ কৰা ক’নি টিছেনে দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হোৱাৰ পাছত এইখন আছিল তেওঁৰ বাবে তৃতীয় বিশ্ব যুদ্ধ য’ত তেওঁ যুঁজত অৱতীৰ্ণ হৈ বিজয়ৰ গৌৰৱ অৰ্জন কৰিলে।

মুক্তি পোৱাৰ পাছত তেওঁ কৈছে,’’কৰ’না ভাইৰাছৰ সৈতে যুঁজত জয়ী হোৱাৰ পাছত নিজকে সৌভাগ্যৱান বুলি ভাৱ হৈছে। পৰিয়ালৰ লোকসকলক লোক পোৱাৰ বাবে অধীৰ হৈছো। বহুদিন ঘৰৰ খাদ্য খাবলৈ পোৱা নাই। এতিয়া মোৰ প্ৰচণ্ড বোক লাগিছে।‘’

Tags: COVID-19

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd