DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত ১০৯ বছৰীয়া স্বাধীনতা সংগ্ৰামীৰ নাম নাহিল এন আৰ চিৰ তালিকাত

আনিছুজ জামান by আনিছুজ জামান
August 16, 2018 8:18 am
Freedom fighter
115
VIEWS
Share on FacebookShare on Twitter

বৃটিছৰ কবলৰ পৰা দেশক স্বাধীন কৰাৰ উদ্দেশ্যে স্বাধীনতা সংগ্ৰামত নামি পৰা বৰপেটা জিলাৰ পোৰাভৰালৰ এগৰাকী ১০৯ বছৰীয়া স্বাধীনতা সংগ্ৰামীৰ নাম অন্তৰ্ভুক্ত নহ’ল ৰাষ্টীয় নাগৰিক পঞ্জীৰ তালিকাত।

উল্লেখযোগ্য যে কালি অৰ্থাৎ ১৫ আগষ্টত বৰপেটা জিলাৰ ভৱানীপুৰৰ শুকমানাহৰ পল্লাৰপাৰ বিজ্ঞান একাডেমিত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ মুকলি সভাত স্বাধীনতা দিৱস উপলক্ষে অঞ্চলটোৰ দুগৰাকী স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা জনোৱা হৈছিল। তেওঁলোক হৈছে কালঝাৰৰ নৰেশ্বৰ বৈশ্য (৮০) আৰু পোৰাভৰালৰ আলহাজ দুদু মিঞা (১০৯)।

কিন্তু পৰিতাপৰ কথা যে ইয়াৰে ১০৯ বছৰীয়া আলহাজ দুদু মিঞা নামৰ স্বাধীনতা সংগ্ৰামী গৰাকীৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ’ল। ফলত উক্ত সভাত উপস্থিত লোকসকলৰ লগতে অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া তথা আক্ষেপ প্ৰকাশ কৰিছে।

পল্লাৰপাৰ বিজ্ঞান একাডেমিৰ পৰিচালনা সমিতিৰ সভাপতি মতিউৰ ৰহমান খানে সভাপতিত্ব কৰা মুকলি সভাখনত স্বাধীনতা সংগ্ৰামী দুগৰাকীক একোটাকৈ ছাতি, কিতাপৰ টোপোলা আৰু মান পত্রৰে সম্বৰ্ধনা জনোৱা হয়।

সভাখনত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কৰিমগঞ্জৰ আৰক্ষী পৰিদৰ্শক আব্দুল ওৱাকিল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

ইয়াৰ উপৰি অনুষ্ঠানটোত বঙাইগাঁওৰ ৰেচম পৰিদৰ্শক দেৱান মোৱাজ্জেম হুছেইন, বাক্সা জিলাৰ আমছুৰ সভাপতি মিনহাজুল ইমৰান, ভৱানীপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অংকুৰ তালুকদাৰ, বিশিষ্ট সমাজ কৰ্মী আঞ্জুৱাৰা আহমেদকে ধৰি ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd