• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 7:15 pm

1 min read

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক
197
VIEWS
Share on FacebookShare on Twitter

হায়দৰাবাদত এগৰাকী পিতৃয়ে নিজৰ ১২ বছৰীয়া সন্তানে পঢ়াত ভাল ফলাফল দেখুৱাব নোৱাৰা বাবে বৃহস্পতিবাৰে পুত্ৰৰ শৰীৰত অগ্নি সংযোগ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ১২ বছৰীয়া পুত্ৰ গৰাকীয়ে বিদ্যালয়ত ভাল ফলাফল দেখুৱাব নোৱাৰাৰ বাবেই পিতৃয়ে শৰীৰত জুই লগাই দিয়ে।

প্ৰথমে পাষাণ পিতৃয়ে পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰে।

এই প্ৰহাৰত মাতৃয়ে বাধা প্ৰদান কৰিছিল যদিও মাতৃৰ বাধাকো নেওচি পিতৃয়ে পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু অৱশেষত শৰীৰত অগ্নি সংযোগ কৰে।

শৰীৰত অগ্নি সংযোগ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১২ বছৰীয়া শিশু গৰাকীয়ে পৰৱৰ্তী সময়ত কৰুণ মৃত্যুক আকোৱালি লয়।

আৰক্ষীয়ে পূৰ্বতেও মৃত্যু হোৱা শিশু গৰাকীক এটা বাইক মেৰামতি কৰা কাৰখানৰ পৰা উদ্ধাৰ কৰিছিল বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে পুত্ৰক হত্যা কৰা পিতৃক আটক কৰিছে বুলি জানিব পৰা গৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে হায়দৰাবাদত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd