• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বৰ সৰ্বকনিষ্ঠ! কৰ’নাত আক্ৰান্ত হৈ এটি ২০দিনীয়া শিশুৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 3, 2020 8:39 am

1 min read

luma-pimentel-463423-unsplash-750x375

প্ৰতিনিধিত্বমূলক ফটো

4.9k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত গোটেই বিশ্বতে আবাল-বৃদ্ধ বনিতাকে ধৰি শিশুৱেও প্ৰাণ হেৰুৱাব লগীয়া হৈছে। ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয়।

শনিবাৰে ৰাজস্থানৰ জয়পুৰত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে এটি মাত্ৰ ২০ দিনীয়া শিশুকন্যা।

গোটেই বিশ্বতে ইয়াতকৈ কম বয়সৰ শিশু এতিয়ালৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খৱৰ পোহৰলৈ অহা নাই।

বাতৰি অনুসৰি, এপ্ৰিল মাহত জয়পুৰৰ গাংগুৰি হাস্পাতলত শিশুটিয়ে জন্মলাভ কৰে। প্ৰথমতে শিশুটিৰ কোনো সমস্যা ধৰা পৰি নাছিল যদিও কেইদিনমানৰ পূৰ্বৰ পৰা হঠাৎ শিশুটিৰ বমি আৰু পায়খানা আৰম্ভ হয়।

লগে লগে এগৰাকী শিশু বিশেষজ্ঞক দেখুওৱাত চিকিৎসকগৰাকীয়ে ডায়েৰীয়া হোৱা বুলি জনায়।

ইয়াৰ পাছত শিশুটিক শুকুৰবাৰে জয়পুৰৰ জে কে লোন হাস্পাতলত ভৰ্তি কৰা হয় যদিও শনিবাৰে শিশুটিৰ মৃত্যু হয়।

শিশুটিৰ মৃত্যুৰ পাছত কৰা পৰীক্ষাত কৰ’না পজিটিভ ধৰা পৰে।

ৰাজস্থান চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰোহিত কুমাৰ সিঙে জনায় যে শুকুৰবাৰে ২০ দিনীয়া সেই শিশুটিক অত্যন্ত জটিল অৱস্থাত পৰিয়ালৰ লোকে জে কে হাস্পাতলত ভৰ্তি কৰাইছিল। চিকিৎসকলৰ আপ্ৰাণ চেষ্টাৰ পাছতো শিশুটিক বচাব পৰা নগ’ল।

আচৰিত কথা হ’ল শিশুটিৰ পৰিয়ালৰ কোনো সদস্যৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি পোৱা নাই। আনকি তেওঁলোকৰ কোনেও বাহিৰলৈ ফুৰিবলৈ যোৱাও নাছিল। পৰিয়ালটোৰ দহজন সদস্যক কোৱাৰেন্টাইন কৰা হৈছে।

Tags: COVID-19

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd