DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজালীৰ গোবিন্দপুৰত ভয়ংকৰ ঘটনা; মৰেল পুলিচৰ আক্ৰমণত নিহত যুৱক!

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
January 19, 2023 2:20 pm
98
VIEWS
Share on FacebookShare on Twitter

বজালীৰ গোবিন্দপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা l এই ঘটনাত এগৰাকী ২৪ বছৰীয়া যুবক মৰেল পুলিচৰ আক্ৰমণত নিহত হৈছে l

এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৬ জানুৱাৰীৰ নিশা ঘটনাৰ সূত্ৰপাত ঘটিছিলl বিহুৰ নিশা ধুনি (জুই)পুৱাই  বিপুল দাসে ঘৰলৈ গৈ থাকোতে সংঘটিত হৈছিল দুৰ্ঘটনাটো।  

বিপুল দাস নামৰ পথাচাৰীজনক দুৰ্ঘটনা মৰ্মে এখন দুচকীয়া বাহনে খুন্দিয়াইছিল lপৰিনতিত বিপুল দাস নামৰ যুবকজন গুৰুতৰভাৱে আহত হৈ এতিয়া  গুৱাহাটী GNRC ত জীৱন-মৃত্যুৰ সতে যুঁজ দিছে l

ইয়াৰ পিছতে ঘটনাস্থলীত আহত হৈ পৰি আছিল কুমাৰ পাৰাৰ ধ্ৰুব চৌধুৰী নামৰ  বাইক আৰোহী যুবকজন l কিন্তু দুৰ্ঘটনা নে কাৰোবাৰ আক্ৰমণত যুবকজন তেনেদৰে পৰি আছিল সেই তথ্য পোহৰলৈ অহা নাই l ইতিমধ্যে গুৱাহাটীত চিকিৎসাধীন ধ্ৰুব চৌধুৰী নামৰ যুবকজনৰ মৃত্যু হৈছে l

যুবকজনৰ শৰীৰত থকা বিভিন্ন আঘাত দেখি সেয়া আক্ৰমণৰ পৰিণতি বুলি চৰ্চা হৈছে l যুবকজনৰ পৰিয়ালে ইতিমধ্যে এই ঘটনাক হত্যা আখ্যা দি পাটাছাৰকুছি থানাত দাখিল কৰিছে গোচৰ l এজাহাৰত ম’ৰেল পুলিচ ৰূপী দুজন যুবকৰ নাম উল্লেখ কৰিছে l স্বাভাৱিকতে উক্ত ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে l

আনহাতে, এজন মৰেল পুলিচৰূপী যুবকে ধ্ৰুব চৌধুৰীক আক্ৰমণ কৰি গৈ সেই কথা নিজৰ পত্নীৰ আগত বৰ্ণনা কৰিছিল। এই কথা শুনা ব্যক্তিজনে ৰাজহুৱা স্থানত সেই কথা কৈ থকা ক্ষণ ইতিমধ্যে মোবাইলৰ কেমেৰাত বন্দী হৈছে।

এতিয়া সকলোৱে আৰক্ষীৰ তদন্তই সত্য উদঘাটন কৰাৰ অপেক্ষাত ৰৈ আছে l

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd