DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুৰুষে নহয়, এইবাৰ মহিলাই এগৰাকী কিশোৰৰ ওপৰত চলালে অকথ্য যৌন নিৰ্যাতন।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 9:28 pm
60
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ক’লৰাড’ত এগৰাকী ১৩ বছৰীয়া কিশোৰক এগৰাকী ৩১ বছৰীয়া মহিলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে মহিলাগৰাকীৰ নাম আন্দ্ৰেয়া চেৰানো।

কিশোৰটিক যৌন নিৰ্যাতন চলোৱাৰ পিছত মহিলাগৰাকী গৰ্ভৱতীও হয়। যোৱা বছৰ নিৰ্যাতিত কিশোৰটিৰ মাতৃয়ে দাখিল কৰা গোচৰ অনুসৰি গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকীক। সেই সময়ত তেওঁ নিজৰ অপৰাধ স্বীকাৰো কৰিছিল। অৱশ্যে বৰ্তমান আন্দ্ৰেয়া জেলৰ বাহিৰত।

মূলতঃ আন্দ্ৰেয়াৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন কৰা হৈছে। প্ৰথমটো আস্থা ভংগ আৰু দ্বিতীয়টো নাবালকৰ ওপৰত যৌন নিৰ্যাতন। যোৱা বছৰৰ জুন মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছত কিশোৰজনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছিল আন্দ্ৰেয়া চেৰানোৱে। ইয়াৰ পিছত জুলাই মাহত আন্দ্ৰেয়াই ৭০ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত জামিন লাভ কৰে।

জনা যায় যে আন্দ্ৰেয়াৰ অধিবক্তাসকলে চৰকাৰী অধিবক্তাৰ সৈতে এক চুক্তিত উপনীত হৈছে। যাৰ ফলত কাৰাগাৰৰ পৰা ৰেহাই লাভ কৰিছে অভিযুক্ত মহিলাগৰাকীয়ে। ইতিমধ্যে আন্দ্ৰেয়াই এটি সন্তান জন্ম দিছে আৰু শিশুটি আন্দ্ৰেয়াৰ লগতেই আছে।

আন্দ্ৰেয়াই শাস্তিৰ পৰা মুক্তি লাভ কৰাৰ পিছত এতিয়া ন্যায়ৰ অভাৱত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী কিশোৰটিৰ মাতৃ। কিশোৰটিৰ মাতৃয়ে কৈছে – “মোৰ ল‘ৰাৰ শৈশৱ তাৰ পৰা কাঢ়ি লোৱা হৈছে। তাৰ ওপৰত যি অত্যাচাৰ হৈছে সেই অত্যাচাৰ গ্ৰহণ কৰিয়েই সি গোটেই জীৱন কটাবলগীয়া হৈছে।”

লগতে ভুক্তভোগী কিশোৰটিৰ মাতৃয়ে কয়, “মই মাত্ৰ অনুভৱ কৰোঁ যে সেই মহিলাগৰাকী যদি পুৰুষ আৰু মোৰ সন্তানটো ছোৱালী হ’লহেঁতেন তেন্তে পৰিস্থিতি সম্পূৰ্ণ বেলেগ হ’লহেঁতেন। অপৰাধী গৰাকী মহিলা হোৱাৰ বাবেই অধিবক্তাই তেওঁক কোমল চকুৰে চাইছে।”

আদালতত মাতৃগৰাকীয়ে কয়, ‘আন্দ্ৰেয়াই মোৰ ১৩ বছৰীয়া সন্তানক যৌন নিৰ্যাতন চলাইছিল। কেৱল এয়াই নহয়, মোৰ ল’ৰাক ড্ৰাগছ সেৱন কৰিবলৈও প্ৰৰোচিত কৰিছিল।”

উল্লেখ্য যে জামিন প্ৰদানৰ পিছত ১৮ মে’ত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd