• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাকৰ সৈতে কাজিয়া কৰি মদ খাই বিদ্যুতৰ তাঁৰত শুই পৰিল যুৱক! চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 6:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মদ্যপান শৰীৰৰ বাবে ক্ষতিকাৰক বুলি জানিও মানুহক মদ্যপানৰ পৰা আঁতৰাই নিয়াটো কঠিন। বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পাছতো যেন মানিব নিবিচাৰে। অত্যধিক মদ্যপানৰ ফলত হোৱা দুৰ্ঘটনাবোৰ প্ৰায়ে চৰ্চালৈ আহে।

এনে ঘটনা সদায় দেখা নাযায়। সেইবাবেই এইবাৰ ঘটা ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পিবলৈ বেছি সময় নালাগিল। ৩২ বছৰীয়া ৰিয়ানৰ এই ভয়ংকৰ কাণ্ড দেখি সকলো আচৰিত হৈ পৰিল।

Apply Now

A drunken man in M Singipuram, Palakonda Mandal,Andhra Pradesh, gave villagers a shock by climbing an electric pole and performing stunts on live wires.Villagers turned off d power in time nd brought him down safely. @APCRUpdates @AmitLeliSlayer @HiHyderabad @ncbn @JanaSenaParty pic.twitter.com/NHxxDy8ZMg

— R V K Rao_TNIE (@RVKRao2) January 1, 2025

ভিডিঅ’টোত দেখা গৈছে যে ডিঙিলৈকে মদ খাই তেওঁ পোনে পোনে বিদ্যুতৰ খুঁটাটোৰ ওপৰলৈ উঠিছিল।

ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ মান্যাম জিলাৰ। জানিব পৰা মতে, বছৰৰ অন্তিম দিন ৩১ ডিচেম্বৰত পথচাৰীসকলে বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবলৈ চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰিছিল। বিদ্যুতৰ খুঁটাটোৰ পৰা যুৱকজনক তললৈ টানিবলৈ বহুলোক আগবাঢ়ি আহিল। কিন্তু একো নোকোৱাকৈয়ে তেওঁ ওলোটাকৈ বৈদ্যুতিক খুঁটাটোৰ পৰা তাঁৰডালত বহিল। কিছু সময়ৰ পাছত তেওঁক তাত শুই থকা দেখা গ’ল।

কিন্তু যুৱকজনৰ বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকাত তলৰ পৰা বিদ্যুৎ যোগান বন্ধ হৈ পৰে। বহু প্ৰয়াসৰ অন্তত অৱশেষত স্থানীয় ৰাইজে তেওঁক নমাই আনিলে। যুৱকজন তেতিয়াও মদ্যপান কৰা নাছিল। যুৱকজনৰ এই কাণ্ড ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তকাৰীয়ে জনোৱা মতে, যুৱকজনে মাকৰ পৰা ধন নোপোৱাৰ বাবে মদ্যপান কৰি এনে সিদ্ধান্ত লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

November 20, 2026 11:00 am
‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

November 20, 2026 9:46 am
নামি আহিছে ৫টা গ্ৰহাণু! ৪৮ ঘণ্টাৰ ভিতৰত মহাকাশত বিৰল পৰিঘটনা; কিমান বিপদ পৃথিৱীৰ?

নামি আহিছে ৫টা গ্ৰহাণু! ৪৮ ঘণ্টাৰ ভিতৰত মহাকাশত বিৰল পৰিঘটনা; কিমান বিপদ পৃথিৱীৰ?

November 20, 2026 9:08 am
ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

November 20, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

November 20, 2026 11:00 am
‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

November 20, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd