• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰাণৰ নাহৰকটীয়া ৰ’ডত তীব্ৰবেগী বাছে মহটিয়ালে ৫ বছৰীয়া শিশু

NE NOW NEWS অক্ষয় প্ৰণব কলিতা
নামৰূপ , August 13, 2018 6:53 pm

1 min read

Screenshot_20180813-175737
131
VIEWS
Share on FacebookShare on Twitter

মৰাণৰ নাহৰকটীয়া ৰ’ডত এজন ৫ বছৰীয়া শিশুক এখন তীব্ৰবেগী বাছে মহটিয়াই নিয়াৰ ফলত শিশুটোৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

নাহৰকটীয়াত তীব্ৰবেগী যান-বাহনে সাধাৰণ পথাচাৰী তথা স্থানীয় বাসিন্দাৰ জীৱন বিপদাপন্ন কৰি তুলিছে।

আজি তীব্ৰবেগী বাছৰ চকাৰ তলত প্ৰাণ দিয়া ল’ৰাটোৰ নাম হৈছে অপিন প্ৰসাদৰ পুত্ৰ আশীষ প্ৰসাদ।

মৰাণৰ নাহৰকটীয়া ৰ’ডৰ মৰাণ জাতীয় বিদ্যালয় আৰু খনিকৰ বিদ্যালয়ৰ মাজৰ ঠাইখিনি দুৰ্ঘটনা-প্ৰৱণ এলেকা হৈ পৰিছে।

স্থানীয় বাসিন্দাসকলে অতি দুৰ্ঘটনাপ্ৰৱণ নাহৰকটীয়া ৰ’ডৰ মৰাণ জাতীয় বিদ্যালয় আৰু খনিকৰ বিদ্যালয়ৰ মাজৰ এই ঠাইখিনিত গতিৰোধক দিয়াৰ বাবে মহকুমাধিপতি গৰাকীক অনুৰোধ জনাইছিল যদিও মহকুমাধিপতিগৰাকীয়ে সেয়া অস্বীকাৰ কৰিছিল। কিন্তু শেহতীয়া দুৰ্ঘটনাটোৰ পাছত ২৪ ঘণ্টাৰ ভিতৰতে উক্ত পথচোৱাত গতিৰোধক দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মহকুমাধিপতিয়ে।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে  AS-06-F-8607  নম্বৰত পঞ্জীয়ণভুক্ত বাছখন  ৰাজগড় আৰক্ষী থানাই জব্দ কৰিছে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd