• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাঙি পৰিব পাৰে বিশ্বৰ বৃহত্তম বৰফখণ্ড এন্টাৰ্কটিকাৰ এ-৬৮!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 9:37 pm
A-68-in-Antarctica-750x375

২০১৭ৰ এ-৬৮ বৰফখণ্ডৰ চিত্ৰ।

21.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বৃহত্তম বৰফখণ্ড এ-৬৮এক ক্ষুদ্ৰ অংশত পৰিণত হৈছে। ২০১৭চনত মহাদেশখনৰ পৰা ভাঙি অহাৰ পাছত প্ৰায় ৫,১০০বৰ্গকিলোমিটাৰ জোৰা জলপিণ্ডটোৱে হৈছে এন্টাৰ্কটিকাৰ আটাইতকৈ বৃহত্তম মুক্ত ভাসমান বৰফৰ খণ্ড।

বৃহস্পতিবাৰে এইটো প্ৰায় ১৭৫বৰ্গ কিলোমিটাৰৰ ডাঙৰ এটুকুৰালৈ ভাঙি পৰিছে।

হিমশিলাটো বৰ্তমান উত্তৰৰ পৰা এন্টাৰ্কটিক পেনিনছুলালৈ গতি কৰিছে। কঠিন, কুহুমীয়া পানীত প্ৰৱেশ কৰাৰ পাছত ই এতিয়া দক্ষিণ আটলান্টিকৰ দিশে টোৱাই গতি লৈছে।

বাতৰি অনুসৰি, ইয়াৰ গতিবিধি নিৰীক্ষণ কৰি ভূ-বিজ্ঞানীয়ে কৈছে যে নতুনকৈ ঘটা ভাঙোন এই বিশালাকায় বৰফখণ্ড শেষ হৈ যোৱাৰ আৰম্ভণি হ’ব পাৰে।

অসমৰ দ্বিতীয় বৃহৎ জিলা শোণিতপুৰৰ সমান হ’ব এই বৰফখণ্ডৰ আয়তন।

বৃহস্পতিবাৰে প্ৰকাশ পোৱা বিবিচিৰ বিজ্ঞান বিষয়ক সংবাদদাতা জোনাথন এমোছৰ প্ৰতিবেদন অনুসৰি বৰফখণ্ডটো সৰু টুকুৰালৈ ভাঙি পৰিছে।

প্ৰতিবেদন অনুসৰি, এ-৬৮ৰ স্খলন য়ুৰোপীয় য়ুনিয়নৰ ছেন্টিনেল-১ ছেটেলাইটৰ জৰিয়তে ধৰা পৰিছে। কোৱা হৈছে যে এ-৬৮ৰ চূড়ান্ত খহনীয়াৰ সম্ভৱত: এইটোৱেই আৰম্ভণি।

উল্লেখযোগ্য যে ২০১৭ চনত এ-৬৮ প্ৰায় ৬,০০০বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি আছিল আৰু কেইমাহ ধৰি বৰ বেছি আঁতৰলৈ গতি লাভ কৰা নাছিল।

লাহে লাহে এই বিশালকায় বৰফখণ্ড উত্তৰৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে। বিজ্ঞানীসকল চিন্তিত যে  এ-৬৮ ৰ গতিত এতিয়া স্তৱিৰতা আহিছে আৰু অহা কেইমাহত অধিক স্খলনৰ কথা উলাই কৰিব নোৱাৰি।

বৰ্তমান এই বৰফখণ্ড দক্ষিণ অৰ্কনে’ আইলেণ্ডৰ মাজেৰে পাৰ হৈছে আৰু পৰৱৰ্তী সময়ত দক্ষিণ ছেণ্ডুইছ আইলেণ্ডৰ দিশে গতি কৰিব পাৰে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd