• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ ইতিহাস সন্নিৱিষ্ট ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2018 12:14 pm
গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত শনিবাৰে ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ নামৰ গ্ৰন্থখন উন্মোচনৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে ৰঞ্জন গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। ফটো : ইউ বি

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত শনিবাৰে ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ নামৰ গ্ৰন্থখন উন্মোচনৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে ৰঞ্জন গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। ফটো : ইউ বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই লিখি উলিওৱা ‘গুৱাহাটী হাইক’ৰ্ট : হিষ্ট্ৰী এণ্ড হেৰিটেজ’ নামৰ গ্ৰন্থখন  উন্মোচন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ পাব্লিকেশ্যন ডিভিজনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনত গুৱাহাটী উচ্চ ন্যয়ালয়ৰ ৭০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্নিবিষ্ট হৈছে।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে ৰঞ্জন গগৈ, এছ অৰবিন্দ বোবদে, অভয় মনোহৰ চাপ্ৰে, গুৱাহাটী উচ্চ ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং, কেৰালা উচ্চ ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ হৃষীকেশ ৰয়, লেখক অৰূপ কুমাৰ দত্তকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে।

Apply Now

অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ লৈ উচ্চতম ন্যয়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে গ্ৰন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ ন্যায়িক ইতিহাস লিপিবদ্ধ কৰা বুলি উল্লেখ কৰে। গুৱাহাটী উচ্চ ন্যয়ালয়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ কথা স্মৰণ কৰি ন্যায়াধীশজনে কয় যে ভাৰতৰ যি বৈচিত্ৰ্য সেয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে আৰু গুৱাহাটী উচ্চ ন্যয়ালয়ে প্ৰতিফলিত কৰে।

ন্যায়াধীশ গগৈয়ে গুৱাহাটী উচ্চ ন্যয়ালয়ক এক ওখ খাপৰ ন্যায়িক অনুষ্ঠান বুলি অভিহিত কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে গণতন্ত্ৰৰ চাৰিটা স্তম্ভই যৌথভাৱে কাম কৰিব লাগিব বুলি উল্লেখ কৰি উন্মোচিত গ্ৰন্থখন প্ৰতিখন  জিলাৰ পুথিভঁৰালত ৰখা হ’ব আৰু ছাত্ৰ-ছাত্ৰীয়ে যাতে পঢ়িবলৈ পায়, তাৰ ব্যৱস্থা কৰিব বুলি সদৰী কৰে। মুখ্যমন্ত্ৰী সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ দৰে বৈচিত্ৰ্যৰে ভৰা অঞ্চলটোত সাংবিধানিক মূল্যসমূহ অটুট ৰখাত গুৱাহাটী উচ্চ ন্যয়ালয়ে পালন কৰা ভূমিকাৰ কথাও উল্লেখ কৰে।

বিশিষ্ট লেখক তথা উন্মোচিত গ্ৰন্থখনৰ গ্ৰন্থকাৰ অৰূপ কুমাৰ দত্তই গ্ৰন্থখন যাতে সাধাৰণ পাঠকে সুলভ মূল্যত পঢ়িবলৈ পায় তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। দত্তই গ্ৰন্থখনৰ বিষয়ে আৰু লগতে তেওঁৰ লেখক জীৱন সম্পৰ্কে চমু বক্তব্য ৰাখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd