• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱকক মাৰধৰ, শ্বহীদ বেদীক অপমান; ছাত্ৰ মুক্তিৰ নেতা ৰাহুল ছেত্ৰীসহ দুজনৰ বিৰুদ্ধে আৰক্ষীত গোচৰ

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
July 15, 2022 6:48 am
আক্ৰমণত আহত নিপম জ্যোতি গগৈ (বাওঁফালে) আৰু  ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী। ফটো: নৰ্থইষ্ট নাও।

আক্ৰমণত আহত নিপম জ্যোতি গগৈ (বাওঁফালে) আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী। ফটো: নৰ্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছে। তেওঁৰ বিৰুদ্ধে যুৱকক মাৰধৰ কৰাত উচটনি আৰু শ্বহীদ বেদীক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জাগুনৰ নিপম জ্যোতি গগৈ নামৰ এজন যুৱকক ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ নেতৃত্বত গুৰুলা-গুৰুলকে মাৰধৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নিপম জ্যোতি গগৈ বুধবাৰে মাৰ্ঘেৰিটা চিকিৎসালয়ত চিকিৎসাধীন হয়।

ৰাহুলৰ উচটনিত প্ৰাক্তন যুৱ কংগ্ৰেছী দেৱ গুৰুং আৰু ছাত্ৰ মুক্তিৰ টিৰাপ জাগুন আঞ্চলিকৰ কাৰ্য্যকৰি সভাপতি ধৰ্মৰাজ শৰ্মাই মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

লগতে পঢ়ক: Lalit Modi and Sushmita Sen: আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক!

বৃহস্পতিবাৰে টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতি আৰু নিপমৰ পৰিয়ালে ৰাহুল ছেত্ৰীসহ দেৱ গুৰুং আৰু ধৰ্মৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জাগুন আৰক্ষীত।

আনহাতে, ৰাহুল ছেত্ৰীৰ নেতৃত্বত বুধবাৰে জাগুনস্থিত শ্বহীদ বেদীক অপমান কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাইপা। বৃহস্পতিবাৰে জাগুনৰ শ্বহীদ বেদীক গাখীৰ ঢালি পৱিত্ৰ কৰাৰ লগতে ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় টাইপাই।

টাইপাৰ নেতা জানা সন্দৈকেয়ে সংবাদমাধ্যমৰ আগত কয় যে আইনে অনতিপলমে ৰাহুল ছেত্ৰীসহ আন দুজনক কঠোৰ শাস্তি প্ৰদান কৰক অন্যথা টাইপাই তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ’ব।

লগতে পঢ়ক: Daler Mehndi: মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ দালেৰ মেহেন্দি; ২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

ইপিনে, টিএমপিকেই জাগুন আৰক্ষীক নিপম জ্যোতিয়ে অশ্লীল বাক্য প্ৰয়োগ কৰিছিল বুলি আন এক গোচৰ প্ৰদান কৰিছে জাগুন আৰক্ষীক।

উল্লেখ্য যে কালি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰীৰ নেতৃত্বত শেহতীয়াকৈ জাগুনৰ যুৱক দেৱজিৎ পায়েঙৰ মৃত্যুৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল আৰু শ্বহীদ বেদীত চাকি বন্তি জ্বলাইছিল।

উক্ত স্থানত উপস্থিত থকা নিপম জ্যোতিয়ে মদাহী আৰু ড্ৰাগছ আসক্তক কিয় শ্বহীদৰ মৰ্যাদা দিয়া হৈ বুলি কোৱাত নিপম জ্যোতিক গুৰুলা-গুৰুলকৈ মাৰধৰ কৰে। ইয়াৰ পাছতেই নিপম জ্যোতিক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধিন কৰা হয়।

লগতে পঢ়ক: Barshashri Buragohain: কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে

ইয়াৰ পাছৰে পৰা সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতেই প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতেই একাংশ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতা ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ইয়াৰ বিৰুদ্ধে ছাত্ৰ মুক্তিয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd