• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“আপোনালোকৰ মাজলৈ এজন ‘চাইৱালা’ আহিছে” : বিশ্ব চাহ দিৱসত ভাইৰেল প্ৰধানমন্ত্ৰী মোদীৰ ৰোমৰ ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 9:40 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰা হয়। ইয়াৰ ঠিক এদিন পূৰ্বে ইটালীৰ ৰোম চহৰত উদযাপন কৰা হয় বিশ্ব চাহ দিৱস। এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজক এজন চাইৱালা বুলি চিনাকি দিয়ে। ইয়াৰ লগতে তেওঁ ভাৰতৰ চহকী চাহ ঐতিহ্যৰ কথাও সকলোৰে আগত দাঙি ধৰে।

খাদ্য আৰু কৃষি সংস্থাৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে আগবঢ়োৱা ভাষণ বৰ্তমান ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে। ভাষণ প্ৰসংগত তেওঁ হাঁহি ধেমালিৰ ছলেৰে কয় যে আপোনালোকে কাইলৈ চাহ দিৱস উদযাপন কৰিবলৈ লৈছে আৰু এই চাহ দিৱস উদযাপনৰ বাবে এজন চাহৱালা এদিন আগতেই আপোনালোকৰ মাজত উপস্থিত হৈছে।  তেওঁ লগতে কয় যে ভাৰতত বহু প্ৰকাৰৰ চাহ পোৱা যায় আৰু ইয়াৰ  সোৱাদো অসাধাৰণ।

Apply Now

বুধবাৰে ইটালীৰ এই খাদ্য আৰু কৃষি সংস্থাই প্ৰধানমন্ত্ৰী মোডীক তেওঁলোকৰ মৰ্যাদাপূৰ্ণ এগ্ৰিকোলা পদক প্ৰদান কৰে। সংস্থাটোৰ মতে মানৱ কল্যাণৰ বাবে ভাৰতে লোৱা দৃঢ় সংকল্পৰ বাবে মোডীক এই সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে। এই বঁটা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সংস্থাৰ সঞ্চালক প্ৰধানৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে এই সন্মান কেৱল তেওঁৰ অকলে নহয়, ই হ’ল ভাৰতৰ কোটি কোটি কৃষক, পশুপালক, মৎস্যজীৱী, কৃষি বিজ্ঞানী আৰু অসংখ্য শ্ৰমিকৰ কষ্টৰ ফচল।

উল্লেখ্য যে চাহৰ ইতিহাস কেইবা হাজাৰ বছৰ পুৰণি। লোককথা অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭২৭ শতিকাত চীনৰ সম্ৰাট শ্বেন নুঙৰ ৰাজপ্ৰসাদত এদিন গৰম পানীৰ পাত্ৰত বতাহত উৰি আহি কিছুমান বনৰীয়া গছৰ পাত পৰিছিল। সম্ৰাটে যেতিয়া সেই পানী পান কৰিলে তেতিয়া এক অদ্ভুত সোৱাদ আৰু নতুন শক্তিৰ অনুভৱ পালে। এনেদৰেই চাহৰ আৱিষ্কাৰ হৈছিল।

প্ৰথম অৱস্থাত ঔষধি গুণসম্পন্ন ভেষজ হিচাপে ব্যৱহাৰ হ’লেও পৰৱৰ্তী সময়ত ই এক ৰাজকীয় পানীয়লৈ ৰূপান্তৰিত হয়। ষোড়শ শতিকাত পৰ্তুগীজ ব্যৱসায়ীসকলৰ জৰিয়তে চাহ এছিয়াৰ পৰা ইউৰোপলৈ যায় আৰু সপ্তদশ শতিকাত ব্ৰিটিছসকলৰ হাত ধৰি ই সমগ্ৰ বিশ্বতে এক জনপ্ৰিয় পানীয় হিচাপে বিয়পি পৰে। ৰাষ্ট্ৰসংঘই ২০১৯ চনত ২১ মে’ দিনটোক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে স্বীকৃতি দিছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে সমগ্ৰ বিশ্বতে এই দিৱসটো পালন কৰি অহা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd