• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাতত পিতৃৰ ফ’টো লৈ অপেক্ষাৰত এটি কণমানি দেৱশিশু : চেন্নাইত আৱদ্ধ ৰোগাক্ৰান্ত পিতৃ

বৰ্হি ৰাজ্যত জীৱন মৃত্যুৰে যুঁজি আছে চতিয়াৰ এজন যুৱক; স্বগৃহলৈ ওভতাই আনিবলৈ স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
June 2, 2020 2:21 pm
20200602_130247-01

চেন্নাইত ৰোগাক্ৰান্ত পিতৃৰ অপেক্ষাৰত কণমামি শিশুটি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটি কণ মানি দেৱশিশু।হাতত আছে এখন ফ’টো।

ফটো খনত থকা পিছে ব্যক্তি জন আন কোনো নহয়।ফটো কণমানি দেৱশিশুটিৰ পিতৃৰ।

Apply Now

শিশুটিৰ অপেক্ষাৰ চকুলোৱে যেন অন্তৰ চুই গৈছে সকলোৰে। কাৰণ ওচৰত নাই দেউতাক।আহিব বিচাৰে যদিও আহিব নোৱাৰে দেউতাক ।

কণমাটিটোৰ হাতৰ ফ’টোখন থকা লোকজন হৈছে পিতৃ জয়বাহাদুৰ দৰ্জী।

দৰাচলতে জয়বাহাদুৰ দৰ্জী কৰ্মসূত্ৰে চেন্নাইলৈ বুলি যোৱা বিশ্বনাথ চতিয়াৰ ৪ নং ভোজমাৰী  লীলবাহাদুৰ দৰ্জীৰ একমাত্ৰ সন্তান।

জীৱন যাপনৰ বাবে পেটৰ ভোক পৰিয়ালৰ ভোক মাৰিবলৈ সুদূৰ বৰ্হি ৰাজ্য চেন্নাইলৈ ঢাপলি মেলিব লগা হৈছিল জয়বাহাদুৰ দৰ্জী।

তেতিয়ালৈ সকলো ঠিকে আছিল। কিন্তু যোৱা কিছুদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হোৱাৰ পাছত এতিয়া অসম ভৱনত জীৱন মৃত্যুৰে যুঁজি আছে জয়বাহাদুৰ দৰ্জী।

যেনে তেনে দুবেলা দুমুঠিৰে পৰিয়াল পোহ পাল দিয়া অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ এনে পৰিস্থিতিত চিকিৎসা কৰি নিজৰ ঘৰৰ সকলোখিনি শেষ কৰিও কোনো সুফল নোপোৱাত এতিয়া অসম ভৱনতে কোনোমতে দিন অতিবাহিত কৰিছে যুৱকজনে।

উন্নত চিকিৎসা তথা জটিল অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা ২ লাখ টকাৰ বাবে এতিয়া মূৰে কপালে হাত দি সন্মুখত অন্ধকাৰ দেখিছে  দূৰ্ভগীয়া পৰিয়ালটোৱে।

পুত্ৰৰ এনে যান্ত্ৰণা দেখি মাতৃ তথা আত্মীয়ই এতিয়া ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান  “যি কোনো প্ৰকাৰে জয়বাহাদুৰক স্বগৃহলৈ অনাৰ ব্যৱস্থা লগতে উন্নতমানৰ চিকিৎসা কৰাৰ সুবিধা কৰি দিয়ক।”

যদি কোনোবা সদায়সয় ব্যক্তিয়ে জয় বাহাদুৰ দৰ্জীক সহায়ৰ হাত আগবঢ়াব খোজে তেতিয়া হ’লে ষ্টেট বেংক অফ ইন্ডিয়াৰ চতিয়া শাখাৰ 33404384461 নম্বৰ IFC CODE sbin0012972 সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়াল লোকে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd