• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ৰ আলোচনাকক্ষত নাগৰিক সজাগতা সভা

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 23, 2019 5:59 pm

1 min read

IMG-20190123-WA0002
465
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বাবে প্ৰাক বাজেট সজাগতা অভিযানৰ অংশ হিচাপে এটা নাগৰিক সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে।

এই শিবিৰৰ আয়োজন কৰিছে কোকৰাঝাৰ জিলা প্ৰশাসনে। এই সভাত অধ্যক্ষতা কৰে কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, ব্যৱসায়ী, কৃষক, শিক্ষক, জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে।

উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত কয় যে প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰে ৰাইজৰ বাবে এই শিবিৰৰ আয়োজন কৰে অহা ৬ ফেব্ৰুৱাৰিত আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰে।

উপায়ুক্তগৰাকীয়ে আৰু কয়, ‘‘জিলা প্ৰশাসনে এখন প্ৰপত্ৰ বিতৰণ কৰে য’ত নাগৰিকসকলে বাজেটত অন্তৰ্ভুক্ত কৰিবলগীয়া পৰামৰ্শাৱলী এই প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব।’’

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd