• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 8:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ঘটনা। এইবাৰ ঘটনাটো আৰু অধিক মৰ্মান্তিক। উত্তৰ প্ৰদেশৰ কানপুৰৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি থাকোতে মৃত্যুক সাৱটি লয়। খেলৰ মাজভাগত তেওঁ ৰাণ ল’বলৈ দৌৰিছিল আৰু মাটিত পৰি যায়। খেলপথাৰত উপস্থিত বন্ধুসকলে সংজ্ঞা হেৰুওৱা সতীৰ্থৰ জ্ঞান ঘূৰাই পাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোক বিফল হয়।

তেওঁক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শেষ পৰ্যন্ত তেওঁক বচাব পৰা নগ’ল। চিকিৎসকসকলে জনায় যে কিশোৰটিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।

লগতে পঢ়ক: মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?

Apply Now

১৬ বছৰীয়া ল’ৰাজনৰ নাম অনুজ। তেওঁ বুধবাৰে কানপুৰৰ বিলহাউৰৰ বিচি গ্ৰাউণ্ডত তেওঁৰ বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি আছিল। ঘটনাটোৰ সময়ত তেওঁ ২১ ৰাণত বেটিং কৰি আছিল। তেতিয়াই তেওঁ ৰাণ ল’বলৈ দৌৰতে মাটিত পৰি গৈছিল আৰু জ্ঞান হেৰুৱাইছিল।

তেওঁক ততাতৈয়াকৈ স্থানীয় চিএইচচি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও অনুজৰ ওঁঠ তেতিয়ালৈকে নীলা হৈ গৈছিল, নাড়ীৰ স্পন্দনো বিচাৰি পোৱা যোৱা নাছিল। ডাঃ গণেশ আৰু ডাঃ অভিষেক সিঙে অনুজক পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰিছিল। পিছত,চিকিৎসালয়খনে জনাইছিল যে দশম শ্ৰেণীৰ ছাত্ৰ কিশোৰজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

উল্লেখ্য যে আগদিনা উত্তৰ প্ৰদেশত আন এজন যুৱকৰ মৃত্যু হৈছিল। ৰাস্তাত খোজ কাঢ়ি থাকোঁতে তেওঁ দুবাৰ হাঁচি মাৰিছিল আৰু মাটিত পৰি গৈছিল। পৰিয়ালটোৱে কৈছিল যে ৰাতিপুৱা এবাৰ তেওঁৰ বুকুৰ বিষ হৈছিল।

লগতে পঢ়ক: গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?

ইয়াৰে এদিন আগতে ৰাজস্থানৰ এটা মন্দিৰত দেৱতাৰ মূৰ্তিক প্ৰতি প্ৰণাম কৰি থকাৰ সময়তে এজন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও যোৱা কেইমাহমানত নৃত্য কৰি থাকোতেও একাধিক লোকৰ মৃত্যু হৈছে।

দেখা গৈছে যে হৃদৰোগত আক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এইক্ষেত্ৰত তথাকথিত ‘স্বাস্থ্য সচেতন’সকলো বাদ পৰা নাই। ৰাজু শ্ৰীবাস্তৱৰ দৰে বহুতো চেলিব্ৰিটি জিম কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছে। তাৰ পিছত তেওঁলোকৰ মৃত্যু হ’ল।

লগতে পঢ়ক:সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ’

প্ৰশ্ন উত্থাপিত হৈছে ‘ষ্ট্ৰোক’ বা ‘হাৰ্ট এটেক’ হঠাতে কিয় ‘মহামাৰী’ হৈ উঠিল? বিশেষজ্ঞসকলে ইয়াৰ বাবে অস্বাস্থ্যকৰ জীৱনশৈলীক দোষাৰোপ কৰিছে। একে সময়তে তেওঁলোকে কোভিডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টোকো অগ্ৰাহ্য কৰা নাই। তেওঁলোকৰ মতে বাহিৰৰ পৰা বুজি পোৱা নগ’লেও মহামাৰীটোৱে বহুক্ষেত্ৰত শৰীৰৰ একাধিক অঙ্গ নিঃশব্দে ক্ষতিগ্ৰস্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd