• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি হত্যা; চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে মহানগৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 3:07 pm
হত্যাৰ বলি গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰ তিৱাৰী। ফটো: সংগ্ৰহীত।

হত্যাৰ বলি গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰ তিৱাৰী। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বেলতলাৰ নীতেশ কুমাৰ তিৱাৰী নামৰ এজন দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যাৰ ঘটনাই মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, ছাত্ৰজনক মঙলবাৰে অপহৰণ কৰাৰ পিছত অপহৰণকাৰীয়ে পৰিয়ালক ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল। হত্যাৰ বলি হোৱা ছাত্ৰজনৰ ঘৰ বেলতলাৰ বনগাঁৱত।

গুৱাহাটীৰ বৰসজাইৰ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ আছিল নীতেশ। নিজৰ বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰজনক অপহৰণ কৰা হৈছিল ছাত্ৰজনক। অপহৰণৰ পিছত পৰিয়ালে বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

Apply Now

কিন্তু বুধবাৰে বিয়লিলৈ বোন্দাৰ আমছিঙত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয় । ছাত্ৰজনক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। হত্যাৰ পিছত হত্যাকাৰীয়ে ছাত্ৰজনৰ মৃতদেহ জংঘলত পেলাই থৈ যায়।

অভিষেক বৰুৱা নামৰ এজন লোকে ছাত্ৰজনক অপহৰণ কৰিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত অভিষেক বৰুৱাক গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়াকৈ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নীতেশ কুমাৰৰ অপহৰণ-হত্যাৰ ন ন তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ২০১৯ চনৰ পৰা নীতেশ আৰু অভিষেকৰ  পৰিচয় আছিল। নীতেশ আৰু অভিষেকে প্ৰায়ে বাহিৰলৈ ফুৰিবলৈ গৈছিল বুলিও জানিব পৰা গৈছে।

অভিষেকে দাবী কৰা মতে নীতেশে তেওঁৰ পৰা ২ লাখ ৭ হাজাৰ টকা লৈছিল। ধনৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

অভিযুক্ত অভিষেকৰ ঘৰ নাৰেংগীৰ বোন্দাত। অভিষেকৰ নাৰেংগীৰ ফুটপাথত দোকান আছিল। অভিষেকে বুধবাৰে নিতেশক ঘৰৰ সন্মুখৰ পৰাই লৈ গৈছিল বুলি কোৱা হৈছে। সেইদৰে বিয়লিৰ ভাগত বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত নীতেশৰ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীয়ে ইতিমধ্যে অভিষেকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত হয়তো এই লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

ইপিনে, নীতেশ কুমাৰৰ হত্যাকাণ্ডত হাৰ্দিক নামৰ আন এজন যুৱকৰ নাম সাঙোৰ খাই পৰিছে। হাৰ্দিক নীতেশ কুমাৰৰ চুবুৰীয়া। নীতেশৰ হত্যাত হাৰ্দিকো জড়িত থাকিব পাৰে বুলি পিতৃয়ে সন্দেহ প্ৰকাশ কৰিছে। হাৰ্দিকে নীতেশৰ জৰিয়তে অভিষেকৰ পৰা ধন লোৱাৰ অভিযোগ তুলিছে নীতেশৰ পিতৃয়ে। হাৰ্দিকৰ সৈতে নীতেশৰ ৯০ হাজাৰ টকাৰ লেনদেন হৈছিল। কিন্তু নীতেশৰ পিতৃয়ে অভিষেকক চিনি নাপাই বুলি সদৰী কৰে।

আনহাতে, নীতেশে অধ্যয়নৰত বিদ্যালয়ৰ অধ্যক্ষই এই ঘটনা সন্দৰ্ভত জনায়, ‘‘নীতেশে বিদ্যালয়লৈ সময় মতে অহা যোৱা কৰিছিল। NCCৰ শিক্ষা গ্ৰহণ কৰি আছিল। বিদ্যালয়ত কোনো বিশৃংখল আচৰণ নাছিল নীতেশৰ। পঢ়া–শুনাও সকলো ঠিকেই আছিল।’’

ইপিনে, অভিযুক্ত অভিষেকৰ মাতৃয়ে কয়, ‘‘মোৰ সন্তানে যদি ভুল কৰিছে শাস্তি দিয়ক। মোৰ ল’ৰাই কেতিয়াও অকলে এই কাম কৰিব নোৱাৰে।’’

আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তাৰমাজতে মহানগৰীত  সংঘটিত হোৱা এনেধৰণৰ অপৰাধৰ ঘটনাই মহাগৰবাসীক উদ্বিগ্ন কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd