• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাদুড়িয়াত শোকাবহ পথ দুৰ্ঘটনা : চাইকেল আৰোহীক ১০ কিলোমিটাৰ চোঁচৰাই নিলে এখন গাড়ীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2026 9:20 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাৰ বাদুড়িয়াত এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত কুমাৰেশ মণ্ডল নামৰ এজন চাইকেল আৰোহীৰ কৰুণ মৃত্যু হয়।

অভিযোগ অনুসৰি এখন দ্ৰুতবেগী গাড়ীয়ে তেওঁক খুন্দা মৰাৰ পিছত প্ৰায় ১০ কিলোমিটাৰ দূৰলৈ চোঁচৰাই লৈ যায়। স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰি গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল যদিও চালকজনে গাড়ী নৰখাই পলাই যাবলৈ চেষ্টা কৰে। অৱশেষত এখন সৰিয়হ পথাৰত গাড়ী আৰু চাইকেলখন পেলাই থৈ চালকজনে তাৰ পৰা চম্পট দিয়ে।

Apply Now

এই ঘটনাটো বাদুড়িয়াৰ উমাপতিপুত সংঘটিত হৈছিল। মঙলবাৰে নিশা কুমাৰেশে চাইকেলেৰে ঘৰলৈ উভতি আহি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী গাড়ীয়ে তেওঁক জোৰেৰে খুন্দা মাৰে। প্ৰত্যক্ষদৰ্শীৰ মতে কুমাৰেশে ৰাস্তাৰ একেবাৰে কাষেদিয়েই গৈ আছিল। গাড়ীখনৰ গতি ইমানেই বেছি আছিল যে চাইকেলসহ কুমাৰেশ গাড়ীখনৰ সন্মুখৰ ভাগত আৱদ্ধ হৈ পৰে। তেনে অৱস্থাতে চালকজনে গাড়ীখন নৰখাই বৰঞ্চ গতিহে বঢ়াই দিয়ে। একাংশ স্থানীয় লোকে বাইকেৰে গাড়ীখন খেদি গৈছিল যদিও তীব্ৰ গতিৰ বাবে তাক ধৰিবলৈ সক্ষম নহ’ল।

প্ৰায় ১০ কিলোমিটাৰ পথ চোঁচৰাই নিয়াৰ পিছত চালকজনে আহত আৰোহীজনক এটা সৰিয়হ পথাৰত পেলাই থৈ পলাই যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুমাৰেশক প্ৰথমে ৰুদ্ৰপুৰ গ্ৰামীণ হাস্পতালত ভৰ্তি কৰা হয় যদিও পাছত অৱস্থা অধিক সংকটজনক হোৱাত আৰ জি কৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয়। তাত চিকিৎসাধীন অৱস্থাত বুধবাৰে পুৱা তেওঁৰ মৃত্যু ঘটে। বাদুড়িয়া আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত গাড়ী আৰু চাইকেলখন জব্দ কৰিছে। সিসিটিভি ফুটেজ আৰু গাড়ীৰ নম্বৰৰ জৰিয়তে পলাতক চালকজনক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোক তথা আতংকৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd