• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঢ়িছে পৃথিৱীৰ গতি, এদিনত হয়তো হৈ নাথাকিব ২৪ ঘণ্টা! কি কয় বিজ্ঞানীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2021 7:34 am
earth-and-moon-space-vi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্কুলত সকলোৱে পঢ়িছে এদিনত ২৪ ঘণ্টা।

এয়া চিৰন্তন সত্য বুলিয়েই সকলোৱে ধাৰণা কৰি আহিছে যদিও সেই সত্যৰ যেন লৰচৰ হবলৈ আৰম্ভ কৰিছে।

Apply Now

এয়া কোনো সাধাৰণ লোকে কোৱা কথা নহয়, এয়া কৈছে বিশ্বৰ বিজ্ঞানীসকলেই।

বিশ্বৰ বহু বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে বিগতপ্ৰায় পাঁচটা দশকত পৃথিৱৰ ঘূৰ্ণনৰ গতি বৃদ্ধি পাইছে। সেয়ে কমি আহিছে দিনৰ সময় সীমা।

এতিয়া আৰু  সম্পূৰ্ণ ২৪ ঘণ্টাত এটা দিন নহয়।

২৪ ঘণ্টাৰ পূৰ্বেই দিন একোটাৰ অন্ত পৰি পুনৰ নতুন দিন এটাৰ আৰম্ভনি হয়।

এনে হোৱাৰ কাৰণ হিচাবে বিজ্ঞানীসকল পৃথিৱীৰ আৱৰ্তনৰ গতি বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কৈছে যে ২০২০ চনৰ ১৯ জুলাইত এদিন পূৰ্ণ হৈছিল সম্পূৰ্ণ ২৪ ঘণ্টাতকৈ ১.৪৬০২ মিলি ছেকেণ্ড (এক ছেকেণ্ডৰ এহেজাৰ ভাগৰ এভাগ) পূৰ্বে।

২০২১ চনত প্ৰতিটো দিন  গড়ে ২৪ ঘণ্টাতকৈ ০.০৫ মিলি ছেকেণ্ড হ্ৰাস পাব। ১৯৬০ চনৰ পৰা ২০২০ চনলৈ কৰা নিৰীক্ষণৰ পৰা এই কথা পোহৰলৈ আহিছে যে ২০২০ চনত চুটি দিনৰ সংখ্যা আছিল ২৮ টা।

২০২১ চনত চুটি দিনৰ সংখ্যা আৰু বৃদ্ধি পাব।

দৰাচলতে পৃথিৱীয়ে ৮৬,৪০০ ছেকেণ্ডত নিজৰ কক্ষপথত এপাক ঘূৰে।

কিন্তু এতিয়া ঘূৰ্ণনৰ সেই গতি লাহে লাহে বাঢ়ি যাবলৈ ধৰিছে।

ইণ্টাৰনেছনেল আৰ্থ ৰোটেছন এণ্ড ৰেফাৰেন্স ছিষ্টেম ছাৰ্ভিচে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৭০ চনৰ পৰা প্ৰতি ২৭ দিনৰ মূৰে মূৰে লিপ ছেকেণ্ড যোগ কৰা হৈছিল যদিও পৃথিৱীৰ গতি বাঢ়ি যোৱাৰ বাবেই ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ পিছৰে পৰা দিনটোৰ সময়ৰ সৈতে কোনো লিপ ছেকেণ্ড যোগ কৰিবলগীয়া হোৱা নাই।

বিজ্ঞানী সুনন্দ বন্দোপাধ্যায়ে প্ৰকাশ কৰা মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ পৃথিৱীৰ গতিৰ ওপৰত পৰিব পাৰে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰুৰ বৰফ ব্যাপক হাৰত গলিবলৈ লৈছে। বৰফ গলনৰ ফলত পৃথিৱীৰ ঘূৰ্ণনৰ গতিৰো পৰিৱৰ্তন ঘটিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd