• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাচাডোৰ সৌজন্যত ড’নাল্ড ট্ৰাম্পৰ হাতত নোবেল বঁটা, হোৱাইট হাউছত আমোদজনক দৃশ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2026 9:22 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাতত পৰিল শান্তিৰ নোবেল বঁটা। অৱশ্যে এই বঁটা তেওঁক নোবেল সমিতিয়ে দিয়া নাই, বৰঞ্চ ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কাৰিনা মাচাডোৱে নিজৰ বঁটাটো ট্ৰাম্পক উপহাৰ হিচাপে অৰ্পণ কৰিছে। ২০২৫ চনত শান্তিৰ নোবেল বঁটা লাভ কৰা মাচাডোৱে পূৰ্বেই ঘোষণা কৰিছিল যে তেওঁ নিজৰ এই সন্মানীয় বঁটাটো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক দিব বিচাৰে। সেই অনুসৰি যোৱা বৃহস্পতিবাৰে হোৱাইট হাউছত ট্ৰাম্পক সাক্ষাৎ কৰি তেওঁ নিজৰ পদকটো ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে।

মাচাডোৰ মতে ট্ৰাম্প এই বঁটাৰ বাবে আটাইতকৈ উপযুক্ত ব্যক্তি। তেওঁ কয় যে ভেনিজুৱেলাৰ স্বাধীনতাৰ বাবে ট্ৰাম্পে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে তেওঁ এই সন্মানৰ যোগ্য। উল্লেখ্য যে অলপতে আমেৰিকাৰ সেনাই ভেনিজুৱেলাত অভিযান চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰিছিল। মাচাডোৱে এই ঘটনাক ভেনিজুৱেলাৰ স্বাধীনতাৰ এক নতুন আৰম্ভণি বুলি অভিহিত কৰিছে। যদিও বহুতে ভাবিছিল যে ট্ৰাম্পে মাচাডোক ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে বিচাৰিব, কিন্তু ট্ৰাম্পে মাদুৰোৰ সহযোগী ডেলচি ৰড্ৰিগেজৰ সৈতে কাম কৰিবলৈহে আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পিছতে ডেলচিয়ে ভেনিজুৱেলাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

Apply Now

কাৰ্যভাৰ গ্ৰহণৰ দহ দিনৰ পিছত মাচাডোৱে হোৱাইট হাউছত ট্ৰাম্পক লগ কৰে আৰু অত্যন্ত আবেগিকভাৱে নিজৰ নোবেল বঁটাটো তেওঁক অৰ্পণ কৰে। সাংবাদিকৰ সন্মুখত তেওঁ কয় যে ভেনিজুৱেলাৰ স্বাধীনতাক স্বীকৃতি দিয়াৰ বাবে তেওঁ ট্ৰাম্পক এই সন্মান দিছে। নোবেল বঁটাটো হাতত লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়েও এক বিৰল হাঁহি মাৰি কয় যে তেওঁ কৰা কামৰ বাবেই মাচাডোৱে এই বঁটা পাইছিল আৰু এতিয়া সেইটো তেওঁক উপহাৰ দিছে। জানিব পৰা মতে ট্ৰাম্পে এই পদকটো নিজৰ ওচৰতে ৰাখিব। উল্লেখ্য যে ২০২৫ চনৰ আচল নোবেল বঁটাটো পোৱাৰ বাবে ট্ৰাম্পে যথেষ্ট আশা কৰিছিল যদিও সেইবাৰ তেওঁ নিৰাশ হ’বলগীয়া হৈছিল। এতিয়া মাচাডোৰ জৰিয়তে হ’লেও নোবেল বঁটাটো লাভ কৰি ট্ৰাম্প যথেষ্ট সুখী দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd