• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাকৰি ঘূৰাই দিবলৈ নৰেন্দ্ৰ মোদীক প্ৰাৰ্থনা পাকিস্তানী মহিলা বিয়া কৰাই বৰ্খাস্ত হোৱা সেনা জোৱানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 9:39 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে চি আৰ পি এফৰ ৪১ নং বেটেলিয়নৰ কনিষ্টবল মুনীৰ আহমেদক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। মুনিৰে গোপনে পাকিস্তানী মহিলাক বিয়া কৰাই ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো জানি-বুজি আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

দেওবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰা কনিষ্টবল মুনীৰ আহমেদে তেওঁৰ বিৰুদ্ধে দিয়া শাস্তিৰ বিষয়ে মুকলিকৈ কয়। ইয়াৰ পিছতে তেওঁ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰে।

Apply Now

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুনীৰ আহমেদে কয় যে, “মই সকলো কৈছো, মোৰ হাতত প্ৰমাণ আছে। মই যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰিছো আৰু নথি-পত্ৰ সংলগ্ন কৰিছো।”

মুনীৰ আহমেদক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ সময়ত চি আৰ পি এফৰ মুখপাত্ৰ উপ মহাপৰিদৰ্শক এম ধীনকৰনে কয় যে, “কনিষ্টবল মুনীৰ আহমেদে গোপনে এগৰাকী পাকিস্তানী মহিলাক বিয়া কৰাইছিল আৰু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো জানি-বুজি তেওঁক আশ্ৰয় দিছিল। তেওঁৰ এই কাৰ্য্য সেৱাৰ নিয়ম উলংঘা কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি ধৰা পৰিছে। সেয়েহে কনিষ্টবলজনক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।”

উল্লেখ্য যে যোৱা বছৰৰ ২৪ মে’ত ভিডিঅ’ কলৰ জৰিয়তে বিবাহপাশত আবদ্ধ হৈছিল মুনীৰ আহমেদ আৰু পাকিস্তানী নাগৰিক মিনাল খান। মুনিৰে কয় যে তেওঁ অক্টোবৰ মাহত চি আৰ পি এফ কৰ্তৃপক্ষক এই বিবাহৰ বিষয়ে অৱগত কৰিছিল। এই ফেব্ৰুৱাৰী মাহত মিনাল খানে ৱাগাহ-আটাৰী সীমান্তৰে ভাৰতলৈ আহি মুনীৰ আহমেদৰ লগত থাকিবলৈ আৰম্ভ কৰে। মাৰ্চ মাহত মিনালৰ ১৫ দিনীয়া ভিছাৰ ম্যাদ উকলি গৈছিল আৰু ইয়াৰ পিছতে মুনীৰে পত্নী মিনালৰ বাবে দীৰ্ঘম্যাদী ভিছাৰ বাবে আবেদন কৰে। ইয়াৰ এমাহৰ পাছত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ লোক নিহত হয়। ইয়াৰ পিছত নতুন দিল্লীয়ে ভাৰতত বসবাস কৰা পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। মিনাল খানকো দেশ এৰি যাবলৈ কোৱা হয়। ঠিক তেনেকৈয়ে তেওঁ ৱাগাহ সীমান্তলৈ ৰাওনা হয়। কিন্তু জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে তেওঁক দেশ এৰি যোৱাৰ পূৰ্বে শেষ মুহূৰ্তত আৰু ১০ দিন থাকিবলৈ অনুমতি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd