• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মানেই অসমান কিয়? যদি চৌপাশে শান্তি আৰু শান্তি তেন্তে আন্দোলনকাৰীৰ মুখ বন্ধ নীতি কিয়??

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 23, 2023 12:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেৰৌ… উন্নয়নে জাতিষ্কাৰ হেনো চৌদিশ.. অসমত হেনো আন্দোলন প্ৰতিবাদে নাই!! তেন্তে ১৪৪ ধাৰা আৰু বণ্ড ছাইন কৰাই প্ৰতিবাদী জনতাৰ মুখ বন্ধ কৰাৰ নীতি কিয়?

যদি চাৰিওফালে শান্তিয়েই বিয়পাইছে অশান্তি হোৱাৰ ভয়ত ১৪৪ ধাৰা আৰু প্ৰতিবাদকাৰী নেতাক বণ্ড ছাইন কৰি মুখ বন্ধৰ কৌশল কিয় লৈছে?

Apply Now

চাৰিওফালে শান্তি প্ৰগতি উন্নয়ন আৰু জনতাৰ হকে লোৱা নীতি দেখিলে নিশ্চয়কৈ আন্দোলন-প্ৰতিবাদ নহয়; নিজেই বন্ধ হ’ব…

যদি চৌদিশে কেৱল শান্তি শান্তি আৰু শান্তি প্ৰতিবাদকাৰীক মুখ বন্ধ কৰিবলৈ দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ সময়ত ১৪৪ ধাৰাৰ অপ প্ৰয়োগ নকৰিলেও হ’লহেঁতেন… শান্তিৰে সকলো জীয়াই থাকিলহেঁতেন বা শান্তিৰে সকলোৱে অসমলৈ গৃহ মন্ত্ৰীক আদৰণি জনালেহেঁতেন (মনে মনে হ’লেও)……

চাৰিওফালে উন্নয়ন আৰু জনতাৰ হকে লোৱা নীতি দেখি আন্দোলনকাৰী নেতা সকলেও মুখ বন্ধ কৰি ৰাখিলেহেঁতেন… শিৱসাগৰত ৬ প্ৰতিবাদকাৰী নেতাক জিলা দণ্ডাধিশৰ সন্মুখত বলেৰে মাতি নি বণ্ড ছাইন কৰোৱা পৰিস্থিতি নাহিলেইহেঁতেন…

শিৱসাগৰৰ ঠিকাদাৰ নিৰ্মল ম’ৰক সাহস আছে যদি বণ্ড ছাইন কৰাব লাগিছিল যাতে ৰাজহুৱা স্থানত দ্বিতীয়বাৰ কোনো লোককে ঠাপৰ মাৰিব নোৱাৰে বা প্ৰহাৰ কৰিব নোৱাৰে!!

কিন্তু কৰালে চৰকাৰৰ জন বিৰোধী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰা নেতাকহে!!! এয়াই অসম হয় য’ত আন্দোলন প্ৰতিবাদ নাই বুলি শাসক পক্ষৰ নেতাই কয় আৰু অন্যহাতে আন্দোলন প্ৰতিৰোধ কৰিবলৈ আন্দোলন নথকা বা চাৰিওফালে শান্তি বিৰাজ কৰা দেশ এখনত ১৪৪ ধাৰা লগাই ৰাজপথ আৰু চৰকাৰী কাৰ্যালয়ৰ সন্মুখত ৫ জনতকৈ অধিক লোক সমবেত হ’বলৈ দিয়া নহ’ব বুলিও কয় বা আন্দোলনকাৰী নেতাক মাতি নি বণ্ড ছাইনও কৰায়!!!!

Eyai অসম মানে ইয়াত সকলো অসমান…. গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰি ইয়াত চলে চৰকাৰৰ জনবিৰোধী নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ মুখ বন্ধৰ কৌশল বা ৰাজহুৱা স্থানত চৰকাৰ বিৰোধী শ্লোগান বন্ধৰ কৌশল… তাৰ বিপৰীতে চলে শাসক পক্ষৰ বন্দনাৰে ভৰপূৰ শ্লোগান… সেয়েহে কওঁ “ভাৰত মাতা কি জয়”!!

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd