• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ হাতৰ পৰা পলোৱা নকলী সোণৰ বেপাৰীৰ আত্মসমৰ্পণ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
October 11, 2018 6:36 pm
NL-A
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নকলী সোণৰ বেপাৰী এজন আৰক্ষী হাতৰ পৰা পলাই যাবলৈ সক্ষম হৈছে। যোৱা নিশা আৰক্ষীয়ে দোলাহাট আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে ভাৰপ্ৰাপ্ত পৰিদৰ্শক উত্তম দলেৰ নেতৃত্বত হবিবুৰ ৰহমান নামৰ এজন নকলী সোণৰ বেপাৰীক বলিটিকা-কোঁৱৰপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্ত হবিবুৰ ৰহমানৰ বিপক্ষে  লালুক আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৯২ ধাৰাত এটা গোচৰ (৫৫/১৮) পঞ্জীয়ন হৈ আছে। অভিযুক্ত ৰহমানে বলিটিতা-কোঁৱৰপুৰ এলেকাত ভালেকেইটামান অবৈধ কাম-কাজত জড়িত হৈ আছে।

কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰহমানৰ সম্পৰ্কীয় লোকসকলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে আৰু তেতিয়াই অভিযুক্তজন পলাই যাবলৈ সক্ষম হয়।

Apply Now

জানিব পৰা মতে ভালেমান লোকে আৰক্ষীৰ হাতৰ পৰা হাবিবুৰক আৰক্ষীৰ হাতৰ পৰা মোকোলাই লৈ যায়। উক্ত ঘটনাত বহু কেইগৰাকী আৰক্ষীৰ লোক জখম হৈ আৰু তেলোকক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে আহত প্ৰবীণ বৰা, আৰু নবজিৎ শইকীয়া নামৰ আৰক্ষীৰ লোকদুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আজি ১১ অক্টোবৰত আৰক্ষীয়ে ফাতেমা খাতুন (অভিযুক্তৰ মাতৃ), আতাউৰ ৰহমান (ভাই), হাবিবুৰ ৰহমান (ভতিজা), ছফিকুল ইছলাম (ভতিজা), আফিয়া খাতুন (ভনী) এই ৫গৰাকী ব্যক্তি সহ হবিবুৰ ৰহমানৰ পৰিয়ালবৰ্গক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে লখিমপুৰৰ বঙালমৰা এলেকাত নকলী সোণৰ ব্যৱসায় চলাই অহা মইনুদ্দিনক আমছুৰ সহযোগত নাওবৈচা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মইনুদ্দিনৰ সৈতে ৩গৰাকী ক্ৰেতাকো গ্ৰেপ্তাৰ কৰা হয়।

তেওঁলোক হৈছে পাঞ্জাবৰ মালকিয়াত সিং আৰু গুৰপ্ৰীত সিং আৰু পশ্চিম বংগৰ মিঠুন পাত্ৰ। উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ নিশা বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীয়ে লখিমপুৰৰ ম’হঘূলিৰ পৰা ৩জন লোকক নকলী সোণৰ সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰে।

ক্ৰেতাৰ ভেশ লৈ আৰক্ষীয়ে নুৰুল ইছলাম (২৭), আনাৰুল ইছলাম (২০) আৰু নাজিম উদ্দিনক (২৬) গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা ২ কেজি নকল সোণৰ সামগ্ৰী উদ্ধাৰ কৰে।

বঙালমৰা এলেকাৰ নকলী সোণৰ ব্যৱসায়ীয়ে ফোনেৰে সস্তাতে সোণ বিক্ৰি কৰাৰ লোভ দেখুৱাই বহু দিনৰ পৰা ৰাজ্যখনৰ বহু ক্ৰেতাকেই ঠগাই আহিছে।

ইয়াৰে বেছিভাগ ক্ষেত্ৰতেই গ্ৰাহকক টকা লৈ বেপাৰীসকলে খেদি পঠিয়াইছে নহয়, আৰক্ষীয়ে নকল সোণৰ গহনাৰে ক্ৰেতাসকলক গ্ৰেপ্তাৰ কৰিছে। লখিমপুৰৰ বঙালমাৰাত এটা দশকৰো অধিক কাল ধৰি এই নকলী সোণৰ ব্যৱসায় চলি আহিছে।

শেহতীয়াভাৱে অভিযুক্ত হাবিবুৰ ৰহমানে আৰক্ষীৰ ওচৰত আত্মসমৰ্পাণ কৰিছে বুলি জানিব পৰা গৈছে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd