• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধন বেংকৰ পৰা ঋণ লৈ সৰ্বস্বান্ত; পোহৰলৈ আহিছে নাজিৰাৰ এটি পৰিয়ালৰ দুৰ্দশাৰ ঘটনা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 18, 2019 7:01 am
IMG-20191117-WA0001

নাজিৰাৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৰ অৱস্থা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি বাৰু ভাবিছে নেকি বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ কথা। লোৱাৰ আগতে ভাবি চাওক বহুবাৰ। কিয়নো ৰাজ্যত এতিয়া বন্ধন বেংকৰ সন্ত্ৰাস চলিছে।

উচ্চ হাৰৰ সুতত ঋণ লৈ সময়মতে ঘূৰাব নোৱাৰি ঘৰৰ সম্পদকে ধৰি ঘৰ, মাটি ভেটি হেৰুৱাইছে বহু পৰিয়ালে। বহু ব্যক্তিয়ে আত্মহত্যা কৰাৰ ঘটনাও সংঘটিত হৈছে ৰাজ্যত।

Apply Now

বন্ধন বেংকৰ ঋণ লৈ নাজিৰাৰ এটা পৰিয়াল  সাৰ্বস্বান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ নাজিৰাৰ মাদুৰি মলা গাঁৱৰ নিবাসী দীপামনি গগৈ আৰু স্বামী জয়ন্ত গগৈয়ে বন্ধন বেঙ্কৰ পৰা ঋণ গ্ৰহণ কৰিছিল ৷

কিছু দিন ঋণৰ কিস্তি দিয়াৰ পাছত আর্থিক অনাটনৰ বাবে তেওঁলোকে ঋণৰ কিস্তি সময়ত ঘূৰাই দিব পৰা নাছিল। যাৰ বাবে ঘৰৰ পৰা ওলাই গৈ অন্য ঠাইত দিন হাজিৰা কৰিবলগীয়া হয় স্বামী-স্ত্ৰী দুয়োগৰাকীয়ে৷

ৰজনীগন্ধা নামৰ সপ্তাহিক বন্ধন গোটৰ সদস্যা সকলে মহিলাগৰাকীলৈ কেইটামান সপ্তাহৰ পইছা যোগাৰ কৰি দিছিল যদিও পৰবৰ্তী সময়ত গোটৰ সদস্যাসকলে মহিলা গৰাকীৰ ঋণৰ কিস্তি প্ৰদান কৰাত অপৰাগ হয়।

অৱশেষত বন্ধন বেংকৰ মেনেজাৰৰ নিৰ্দেশত গোটৰ মহিলা সকলে জয়ন্ত গগৈৰ ঘৰৰ পৰা সকলো আচবাব, ঘৰৰ টিনপাট খুলি লৈ যায়।

অতি পৰিতাপৰ কথা যে দীপামনিৰ এজনী ছোৱালী আজি কেইদিনমানৰ আগতে পুস্পিতা হৈছিল আৰু এজন পুত্ৰ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱৰ্তীণ হ’ব।

উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে শিৱসাগৰত এটা জাতীয় সংগঠনৰ নেতৃত্বত ক্ষুদ্ৰ বিত্তীয় কোম্পানী আৰু ৰাইজৰ মাজত ঋণ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হৈছিল।

ইয়াতে ৰিজাৰ্ভ বেংকে কোনো বিত্তীয় প্ৰতিষ্ঠানক গ্ৰাহকৰ ঘৰৰ সমাগ্ৰী, মাটি-ভেটি বিক্ৰী কৰি ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ বাধ্য কৰোৱাৰ কোনো নিয়ম নাই বুলি জানিবলৈ দিয়ে যদিও বন্ধনৰ দৰে আন বহু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে ভয় ভাবুকি প্ৰদান কৰি ঘৰৰ বাচন-বৰ্তন, আচবাব, আ-অলংকাৰ, টিন পাত আদি বিক্ৰী কৰি ঋণৰ কিস্তি আদায় লোৱা ঘটনা সংঘটিত হৈ আছে।

ইয়াৰ ফলত এতিয়ালৈকে বহু লোক গৃহহীন হোৱাৰ লগতে বহুতে আত্মহত্যাও কৰাৰ বাতৰিও ওলাইছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd