• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে যোৰহাটৰ টীয়কত প্ৰতিষ্ঠা কৰা হ’ব সম্পূৰ্ণ বিনামূলীয়া এখন জাতীয় বিদ্যালয়

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
December 13, 2020 7:01 pm
Screenshot_2020-12-13-18-33-47_1
328
VIEWS
Share on FacebookShare on Twitter

দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, এই মূলমন্ত্ৰকে সাৰোগত কৰি যোৰহাট জিলাৰ টীয়কৰ কলিয়পানীত সম্পূৰ্ণ বিনামূলীয়া এখন জাতীয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে টীয়কৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক প্ৰতাপ শইকীয়াই।

দৰিদ্ৰতাৰ বাবে যাতে শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰী বঞ্চিত হ’ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ প্ৰতাপ শইকীয়াই ২০২১ বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ লৈছে শিক্ষাৰ এক নতুন বিদ্যালয়।

জ্ঞান মাৰ্গ জাতীয় বিদ্যালয় নামেৰে নামকৰণ কৰা এই নতুন বিদ্যালয়খনত বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাধান্য দিয়া হ’ব বুলি জানিবলৈ দিছে।

সম্পূৰ্ণ বিনামূলীয়াকৈ স্কুলীয়া সাজ-পাৰ, কিতাপ-পত্ৰকে আদি কৰি সকলো সঁজুলিৰ সমান্তৰালকৈ বিদ্যালয়ত নিয়োজিত শিক্ষক-কৰ্মচাৰীৰ পাৰিতোষিক পৰ্যন্ত নিজৰ ব্যৱসায়ৰ লাভাংশৰ পৰা যোগান ধৰিব বুলি মন্তব্য কৰি এই পদক্ষেপে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলিও আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বিদ্যালয়খন আৰম্ভ কৰাৰ প্ৰাকক্ষণত আজি তেওঁৰ কলিয়পানীস্থিত নিজা বাসগৃহত এই বিদ্যালয়খনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কৰিবলগীয়া কেতবোৰ দিশৰ ওপৰত এখন সভা অনুস্থিত কৰে।

সভাখনত বৃহত্তৰ টীয়ক অঞ্চলৰ বহুসংখ্যক শিক্ষাবিদ, জাতীয় সংগঠন নেতা তথা ৰাইজ উপস্থিত থাকি বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত বিশেষ আলোচনা কৰা হয়।

সভাত উপস্থিত সকলোৱে এইগৰাকী মানৱ দৰদী ব্যৱসায়ীৰ এনে পদক্ষেপক আদৰণি জনায়।

উল্লেখযোগ্য যে জ্ঞান মাৰ্গ জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ আগমুহূৰ্তত অনুষ্ঠিত এই ৰাজহুৱা সভাত এখন পূৰ্ণাঙ্গ বিদ্যালয় পৰিচালনা সমিতিৰো গঠন কৰা হয়।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd