• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানাত কুম্ভীৰে পাৰিলে কণী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 17, 2020 1:48 pm

1 min read

WhatsApp Image 2020-04-17 at 1.08.32 PM নতুন

ফটো: নৰ্থইষ্ট নাও

4.8k
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানাৰ ইতিহাসত প্ৰথমবাৰলৈ কুম্ভীৰে পাৰিলে কণী। লকডাউন চলি থকাৰ মাজতে শুকুৰবাৰে এই ঘটনা পোহৰলৈ আহে।

কুম্বীৰটোৱে প্ৰথমবাৰৰ বাবে চিৰিয়াখানাখনত ১০ টা কণী পাৰিছে বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা প্ৰায় ১১:৩০ বজাত কণীকেইটা প্ৰত্যক্ষ কৰে চিৰিয়াখানা কৰ্তৃপক্ষই।

কুম্ভীৰতো যোৱা বৰ্ষত কানপুৰৰ পৰা আনিছিল বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ ডি এফ অ’ তেজছ মৰিস্বামীয়ে।

তেওঁ অৱশ্যে, কুম্ভীৰটোৰ নিশ্চিত বয়স সম্পৰ্কে অৱগত নহয় বুলি জনায়।

আনহাতে, কণী কেইটাৰ উৰ্বৰা (fertile) শক্তি আছে নে নাই সেয়া বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই চিৰিয়াখানা কৰ্তৃপক্ষই।

কৰ’না ভাইৰাছৰ মোকাবিলাৰ বাবে বৰ্তমান দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd