• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাচিত বৰফুকন চলচ্চিত্ৰ: জাহ্ন বৰুৱাৰহে বিষয়, বিবেক অ’বেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল

বিশ্বদীপ ঘোষ by বিশ্বদীপ ঘোষ
March 4, 2021 9:08 pm
Jahnu-Baruah-750x375 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলচ্চিত্ৰ নিৰ্মাতাসকলক বাস্তৱ জীৱনৰ দৰে কাহিনীত থকা জীৱন্ত চৰিত্ৰসমূহেও আকৰ্ষণ কৰে। শৰৎ চন্দ্ৰ চেটাৰ্জীৰ উপন্যাসত থকা এগৰাকী পৰাজিত প্ৰেমিক দেবদাসক বিমল ৰয়, সঞ্চয় লীলা ভাঞ্চালী আদিৰ দৰে আৰু আন বহু পৰিচালকে বিভিন্নধৰণে নিৰ্মাণ কৰিছে।হলীউদতো আব্ৰাহম লিংকনৰ পৰা মাৰ্ক জুকেৰবাৰ্গলৈ সকলোকে ডাঙৰ পৰ্দাত পুননিৰ্মাণ কৰিছে। অৱশ্যে তালিকাখন এনেদৰেই দীঘলীয়া হৈ পৰিব।

একেজন ব্যক্তিৰ ওপৰতে জীৱনভিত্তিক ছবি নিৰ্মাণৰ দুটা ঘোষণাই শেহতীয়াকৈ শিৰাণাম অধিকাৰ কৰিছে।‘মেইনে গান্ধীকো নেহী মাৰা’,’হালধীয়া চৰায়ে বাওধান খায়’ আৰু ‘সাগৰলৈ বহুদূৰ’ৰ দৰে ছবিৰ বাবে প্ৰসিদ্ধ জাহ্ন বৰুৱাই ঘোষণা কৰিছে যে তেওঁ আহোম সেনাপতি লাচিত বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব যিটো বহু প্ৰতীক্ষিত আৰু স্বাভাৱিকতে সঠিক বুলি বিবেচিত। সেইদৰে অলপতে মাজুলী ভ্ৰমণলৈ অহা বলীউদৰ অভিনেতা বিবেক অ’বেৰয়েও বীৰ লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন ছবিত অবিনয় কৰাৰ ইচ্ছা ব্যক্ত কৰিছে।

Apply Now

বিষয়টোৰ ঐতিহাসিক গুৰুত্ব বুজি পোৱা বৰুৱাৰ বাবে বৰফুকন আকৰ্ষণীয়। সোতৰ শতিকাৰ আগভাগত জন্মগ্ৰহণ কৰা কিংবদন্তি সেনাপতি গৰাকীয়ে ৰাম সিং নেতৃত্বাধীন মোগল বাহিনীক ভেটা দিয়াৰ এক সুকীয়া কাহিনী আছে। বৰফুকন আৰু তেওঁ সেনাই ১৬৭১ চনত বীৰত্ব প্ৰদৰ্শনেৰে কৰা শৰাইঘাটৰ যুদ্ধ কিংবদন্তিগৰাকীৰ মূল বিষয়বস্তু যিটো বৰুৱাই ডাঙৰ পৰ্দাত তেওঁৰ স্বকীয় প্ৰতিভাৰে দাঙি ধৰিবলৈ সক্ষম।

বিবেক অ’বেৰয়ৰ ক্ষেত্ৰতো একেই কথাই ক’ব পাৰিনে যাৰ অভিনেতা হিচাপে কেৰিয়াৰগ্ৰাফ ক্ৰমে নিম্নমুখী হৈ পৰিছে? এসময়ৰ তুলনামূলকভাৱে প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা অ’বেৰয়ে বিগত কেইবছৰত তেওঁৰ স্থিতি ধৰি ৰখাত ব্যৰ্থ হৈছে। চলচ্চিত্ৰপ্ৰেমীসকলে এখন অপৰিপক্কভাৱে নিৰ্মিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীত নৰেন্দ্ৰ মোদীৰ চৰিত্ৰত তেওঁৰ প্ৰদৰ্শন আমোদজনকভাৱে মনত পেলাব পাৰে যিখন ভুলধৰণে বাতৰিৰ মাজলৈ আহিছিল আৰু থিয়েটাৰত বহুতো দৰ্শকক আকৰ্ষণ কৰিব পৰা নাছিল।

বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণ তথা অভিনয়ৰ বাবে অসমীয়া সংস্কৃতি  আৰু ইতিহাসৰ এক সম্যক জ্ঞানৰ দৰকাৰ। ৰাষ্ট্ৰীয়ভাৱে পৰিচিত বিষয়টোৰ ওপৰত  জীৱনীমূলক ছবি নিৰ্মাণৰ বলীউদৰ গুৰুত্বৰ বাবে তেওঁ অসমৰ বাহিৰতো গৰিষ্ঠসংখ্যকৰ বাবে ইয়াৰ দৃষ্টি আকৰ্ষণ কৰাটো তথা অধ্যয়ন কৰাটো সহজ নহয়। বৰুৱাই বীৰ সেনাপতিগৰাকীৰ এখন ছবি নিৰ্মাণ কৰাটো ভালদৰেই জানিব।

আনহাতে, অ’বেৰয়ৰ দৰে কোনোবাই গেংষ্টাৰৰ দৰে ছবিত অভিনয় কৰা, কমিক চৰিত্ৰত বা বাস্তৱ জীৱন ভিত্তিক চৰিত্ৰত অভিনয় কৰাটো, আশাকৰো সুলিখিত পৰিচিত চৰিত্ৰৰ জীৱনভিত্তিক ছবিতকৈ ভাল হ’ব।

যাথোচিত সাংস্কৃতিক সজাগতা নথকাকৈ মধ্যযুগীয় ইতিহাসৰ এক আহোম সেনাপতিৰ চৰিত্ৰ ৰূপায়ন কৰাটো তেওঁৰ বাবে সাধ্যৰ বাহিৰত বুলি ক’ব পাৰি। বৰফুকনৰ ওপৰত এখন কেবল ছবি কৰাৰ বাহিৰে ইয়াত নাটকীয় উপস্থাপনেৰে এক ৰাষ্ট্ৰীয় লোকৰঞ্জনৰ যথাযোগ্যতা দৰ্শকে আশা কৰিব।

বৰফুকনে বাস কৰা সেই সময়ৰ ইতিহাস সম্পৰ্কে গভীৰ জ্ঞান থকা এগৰাকী খ্যাতনাম পৰিচালক বৰুৱাই সেনাপতিগৰাকীৰ চৰিত্ৰৰ প্ৰতি ন্যায় আগবঢ়াব পাৰে। সেইবাবেই  ছবিখন মুক্তি পোৱাৰ দিনটোত আন বহুতৰ দৰে এই ছবিখনতো অ’বেৰয়তকৈ বৰুৱাৰ নিৰ্মাণ চাবলৈ অধিক উৎসাহ থাকিব।

বিশ্বদীপ ঘোষ

বিশ্বদীপ ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd