• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাকপথাৰৰ বৰডিৰাক গোঁসাই গাওঁৰ পৰা অপহৰণ কৰা কন্যাশিশু অৰুণাচলৰ তেজুত উদ্ধাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 21, 2018 12:54 pm
proxy.duckduckgo.com
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডিৰাক গোঁসাই গাওঁৰ নিজ গৃহৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী ববী মহন্তক অপহৰণ কৰা ঘটনাৰ প্ৰায় দুমাহৰো অধিক কাল অতিক্ৰম কৰাৰ পিছত কালিহে অৰুণাচল আৰক্ষীৰ বিশেষ শাখাই এক খবৰৰ ভিত্তিত তেজুৰ এখন ব্যক্তিগত বিদ্যালয়ৰ হোষ্টেলৰ পৰা অপহৃত কন্যাশিশুটিক উদ্ধাৰ কৰি অসমৰ সীমামূৰীয়া থানা বৰডুমচা আৰক্ষীক গটাই দিয়ে।

অৰুণাচলৰ চাংলাং জিলাৰ খ্ৰাচাং ৰত্নপুৰ গাঁওৰ অজিত চাকমা নামৰ লোকজনে ১১ জুলাইত কন্যাশিশুটিক অপহৰণ কৰি নি তেজু চহৰৰ এজন বিশেষ লোকৰ ওচৰত চমজাই দিয়ে। তেজুৰ এই বিশেষ ব্যক্তিজনে তেজু প্ৰথমিক বিদ্যালয়ত ববী মহন্ত নামৰ কন্যাশিশুটিক নামভৰ্তি কৰোৱাই হোষ্টেলতে থকাৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু অৰুণাচল আৰক্ষীৰ বিশেষ শাখাই দীৰ্ঘদিন ধৰি অনুসন্ধান কৰাৰ অন্তত ববী মহন্তক উক্ত বিদ্যালয়খনৰ হোষ্টেলত থকাৰ সম্ভেদ লাভ কৰাত কালি দিনৰ ভাগত গৈ হোষ্টেলৰ পৰা উদ্ধাৰ কৰে।

Apply Now

ইফালে বৰডুমচা আৰক্ষীয়ে  বিয়লি পৰত পৰিয়ালৰ লোকক ববী মহন্তক চমজাই দিয়ে। লগতে ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। উল্লেখ্য যে, বৰডিৰাক গোঁসাই গাওঁৰ বেনাই মহন্ত নামৰ লোকজনৰ ৮ বছৰীয়া কন্যা ববী মহন্তক চকলেট দি বজাৰৰ পৰা চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দি এজন অৰুণাচলী লোকে ১১ জুলাইত অপহৰণ কৰি নিয়ে। নিজকে চাংলাং জিলাৰ ডায়ুনৰ চাকমা বুলি পৰিচয় দিয়া লোকজনে পূৰ্বে গোঁসাইগাঁওলৈ অহা যোৱা কৰিছিল। পিছলৈ যোৱা ১০ জুলাই মঙলবাৰে  বিয়লি বেনাই মহন্তৰ ঘৰলৈ আহি নিশাটোৰ বাবে আশ্ৰয় বিচাৰিছিল।

সৰল স্বভাৱৰ খেতিয়ক বেনাই মহন্তই নিশাটোৰ বাবে আশ্ৰয় দিয়া অৰুণাচলী লোকজনে পূৱা ঘৰত পিতৃৰ অনুপস্থিতিত কণমানি ছোৱালীজনীক ফুচুলাই মাক আৰু বায়েকৰ অনুমতি অবিহনে বজাৰলৈ বুলি লৈ যায়। ইয়াৰ পিছত বিয়লিলৈ ঘৰলৈ ঘূৰি নহাতহে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত লোকজনে অপহৰণ কৰাটো নিশ্চিত হৈছিল।

পিছলৈ এই ঘটনাক লৈ স্থানীয় ৰাইজ তথা দল সংগঠনে অপহৃত কন্যাশিশুগৰাকীক উদ্ধাৰৰ বাবে প্ৰতিবাদী কাৰ্যসুচীও গ্ৰহণ কৰিছিল। কালি নিজ গৃহলৈ লৈ অনাৰ পিছৰে পৰা ববীয়ে মৌনতা অৱলম্বন কৰা বুলি পৰিয়ালটিয়ে জানিবলৈ দিয়াত ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd