• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
May 29, 2022 8:15 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত গুণোৎসৱ। অহা ২ জুনৰ পৰা যোৰহাট জিলাত গুণোৎসৱ আৰম্ভ হ’ব।তাকলৈ এতিয়া চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে। কিন্তু আজি এখন ব্যতিক্ৰমী বিদ্যালয়ৰ কথা ক’বলৈ ওলাইছো যিখন বিদ্যালয়ে গুণোৎসৱ বুলি বিশেষ একো প্ৰস্তুতি কৰিবলগীয়া হোৱা নাই কিয়নো বিদ্যালয়খনে ইতিমধ্যে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

টীয়কৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ গছপুৰীয়া অঞ্চলৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়। চালে চকু ৰোৱা এই বিদ্যালয়ৰ পৰিবেশ।দেৱালত মহৎলোকৰ বাণী,সতৰ্কমূলক বাণী, বিভিন্ন ফুল অৰ্কিডেৰে এক সুন্দৰ পৰিবেশেৰে গঢ়ি তুলিছে শ্ৰেণীকোঠাকে ধৰি বিদ্যালয়ৰ প্ৰাংগণ।

বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ খেলা ধূলা, নৃত্য গীত, বিভিন্ন হাতৰ কামকে ধৰি ছবি অঁকাত পাৰ্গত ছাত্ৰ ছাত্ৰী সকল।

Apply Now
ফটো: নৰ্থইষ্ট নাও।

ইপিনে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাৰ সমান্তৰালকৈ ক’ব বা লিখিব পাৰে ইংৰাজী আৰু হিন্দী। প্ৰধান শিক্ষক প্ৰশান্ত শৰ্মা আৰু সহ শিক্ষয়ত্ৰী জ্যোতি বৰাই এইসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ আদিপাঠ নিখুঁতকৈ আৰম্ভ কৰিবলৈ সদায় চেষ্টা চলাই আহিছে। দি আহিছে যোগ সাধনা,নীতি শিক্ষা তথা সামাজিক মূল্যবোধৰ পাঠ যাক সামৰি ছাত্ৰ ছাত্ৰী সকলো আগুৱাই গৈ সকলো দিশতে পাৰ্গত হৈ পৰিছে।

ইপিনে, বিদ্যালয়ৰ পৰিচালনা সমিতি মাতৃগোটৰ সদস্যা সকলেও প্ৰতি দিনেই বিদ্যালয়লৈ আহি বিদ্যালয়খন পৰিস্কাৰ কৰি ৰখাৰ সমান্তৰালকৈ বিদ্যালয়ৰ বিভিন্ন কামকাজত সহায় কৰি নিজ নিজ দায়িত্ব বাৰুকৈ পালন কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে।মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়তে বিভিন্ন খেতি কৰি উৎপাদিত পাচলিৰে ছাত্ৰ-ছাত্ৰী সকলক খোৱা দিহা কৰি আহিছে এইসকল ৰাইজে।

ফটো: নৰ্থইষ্ট নাও।

এক কথাত ক’বলৈ গ’লে পুৱা ৯ বজাৰ প্ৰাৰ্থনা সভাৰ পৰা বিদ্যালয়ৰ ছুটি দিয়া পৰ্যন্ত শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী সকলৰ লগতে পৰিচালনা সমিতি মাতৃগোটৰ সদস্যা তথা অভিভাৱকসকল সকলো ব্যস্ত হৈ পৰে নিজ নিজ দ্বায়িত্ব পালনত। চৰকাৰী বিদ্যালয়খনৰ এনে অপূৰ্ব পৰিবেশে সঁচাই এতিয়া সকলোকে আকৰ্ষিত কৰিছে।

যি সময়ত নিজৰ শিশুটিক প্ৰতিগৰাকী অভিভাৱকে শিক্ষাৰ আদিপাঠ এখন ভাল ব্যক্তিগত বিদ্যালয়ৰ পৰা আৰম্ভ কৰাবলৈ বিচাৰে তেনে সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি সকলো দিশৰ পৰাই আগবঢ়া এইখন চৰকাৰী বিদ্যালয়ে গছপুৰীয়া অঞ্চলৰ অভিভাৱকসকলৰ সপোনবোৰ সাৰ্থক কৰিবলৈ চেষ্টা চলাই আহিছে আৰু সফলতাও লাভ কৰিছে যি অনাগত দিনত চৰকাৰী বিদ্যালয়সমূহৰ আৰ্দশ হৈ বিশেষকৈ গ্ৰাম্যাঞ্চলত সকলোৰে সপোন বাস্তৱায়িত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, যোৰহাট

এন ই নাও নিউজ, যোৰহাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd