• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহালয়া উপলক্ষে শিলচৰৰ সদৰঘাট দলঙত জন সমাগম

সাম্ভাব্য দুৰ্ঘটনা ৰোধৰ বাবে বৰাকৰ দুইপাৰ আৰু দলঙত এছডিআৰএফৰ লোক মোতায়েন জিলা প্ৰশাসনৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
October 8, 2018 4:40 pm
IMG_20181008_060235
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবছৰৰ দৰে এইবাৰো মহালয়াৰ দিনা পুৱা ৫-০০ বজাৰে পৰা শিলচৰ চহৰৰ সদৰঘাট দলং আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত তীব্ৰ যানজঁট সৃষ্টি হয়। প্ৰতি বছৰেই  মহালয়াৰ দিনা শিলচৰৰ সদৰঘাট দলঙলৈ শোভাযাত্ৰা কৰাৰ ফলত এই যানজঁটৰ সৃষ্টি হয়। এই পৰম্পৰা কেতিয়া আৰম্ভ হৈছে সেই তথ্য কোনেও নাজানে।

অইন বাৰৰ দৰে মহালয়া উপলক্ষে আজিও নিচেই পুৱাৰে পৰা সকলো বয়সৰে প্ৰায় ২০,০০০ শিলচৰবাসীয়ে সদৰঘাট দলঙলৈ গৈ দলঙৰ ওপৰত ছেলফি উঠাটো পৰিলক্ষিত হয়।

Apply Now

শিলচৰৰ ইটখোলা এলেকাৰ সুদৰ্শন সিং নামৰ লোক এজনে এই প্ৰতিৱেদকক কয়, ‘ইয়ালৈ মানুহ কিয় আহে মই নাজানো। ময়ো প্ৰতি বছৰে আহোঁ। আমি ইয়ালৈ আহিলে দূৰ্গা পূজা ওচৰ চপাটো অনুভৱ হয়। এইদৰেই উৎসৱ আৰম্ভ হয়।’’

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ মনমী তৰফদাৰে কয়, ‘‘মই মোৰ বন্ধু-বান্ধৱসকলৰ সৈতে ইয়াতে ছেলফি তুলি সেয়া ঘৰলৈ পঠাই দিওঁ।

বৰাকৰ পাৰত বহুজনকেই পূৰ্বপুৰুষ আৰু সম্পৰ্কীয় লোকসকলৰ বিদেহী আত্মালৈ তৰ্পণ কৰা দেখা গৈছিল। কাচাৰৰ উপায়ুক্ত ড০ এছ লক্ষ্মননে কৈছে যে আজিৰ এই দিনটোত সংঘটিত হ’ব পৰা দুৰ্ঘটনাৰ সময়ত সহায়ক হোৱাকৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ লোকক এই স্থানত নিয়োজিত কৰি ৰখা হৈছে।

ড০ লক্ষ্মননে কৈছে, ‘‘এমাহ আগতে মনসা পূজাৰ বিসৰ্জানৰ সময়ত ইয়াতেই এজন লোকৰ মৃত্যু ঘটিছিল। এইবাৰ সেয়েহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আমি বৰাকৰ দুয়ো পাৰে আৰু দলঙত অতিৰিক্ত বাহিনী মোতায়েন কৰিছোঁ।’’

উপায়ুক্তগৰাকীয়ে শিলচৰৰ অধিবাসীকলক মহালয়াৰ শুভেচ্ছা জনায়।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd