• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহি আছে প্ৰতি কিঃত ৫ টকাৰ ৱাইফাই কেব সেৱা!! উকলিব নেকি অ’লা/উবেৰৰ দিন?

নাই পীক টাইম বা ৰাতিৰ অতিৰিক্ত চাৰ্জ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 7:41 pm
Wify_cab
347
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ পৰা ব্যৱসায় কৰিবলৈ টঙালি বন্ধা এটা ষ্টাৰ্ট আপ (নতুন উদ্যোগিক প্ৰতিষ্ঠান) ‘ৱাইফাই কেব’-এ গুৱাহাটীকে ধৰি দেশৰ মুঠ ৯৮খন মহানগৰত ফৰমাইচী টেক্সিসেৱা (demand cab services) আগ বঢ়াব বুলি সংবাদমেলত উল্লেখ কৰে। সংবাদমেলত মুখ্য কাৰ্য্যবাহী বিষয়া মৃদুল দাসে কয়, “তেওঁলোকে ইতিপূৰ্বে বজাৰ সমীক্ষা (market surveys) সম্পূৰ্ণ কৰিছে। লগতে ২ হাজাৰখন কেব তেওঁলোকে হাতত ৰাখিছে। প্ৰথমটো সেৱা দুৰ্গাপূজাৰ আগে আগে গুৱাহাটীতে মুকলি কৰা হ’ব।” দেশৰ প্ৰতিখন স্মাৰ্ট চিটিতে তেওঁলোকে সেৱা আগ বঢ়োৱাৰ পৰিকল্পনা কৰাৰ কথাও কয়।

আনহাতে তেওঁ কোম্পানীটোৱে আনবোৰ এনেকুৱা এপ ভিত্তিক সেৱাৰ তুলনাত তেওঁলোকৰ সেৱাৰ পাৰ্থক্য দাঙি ধৰি কয় যে তেওঁলোকৰ এটাই দাম থাকিব। সেইটো হ’ল- প্ৰতিকিলোমিটাৰত ৫ টকা। ইয়াত শীৰ্ষ চাহিদাৰ সময় বা ৰাতিৰ অতিৰিক্ত দাম নাথাকে।

নকৈ গঠিত কোম্পানীটোৱে এতিয়ালৈকে ১.২ কোটি টকাৰ আৰম্ভণি মূলধন সংগ্ৰহ কৰিছে বুলি কয়।

ইফালে তেওঁলোকে নিজৰ লাভৰ ৮ শতাংশ ঔদ্যোগিক সামাজিক দায়বদ্ধতা বা চি এছ আৰত খৰচ কৰিব বুলিও সংবাদমেলত বিষয়াজনে জানিবলৈ দিয়ে। এই সামাজিক দায়বদ্ধতাৰ শিতানৰ ধন তেওঁলোকে পথ নিৰ্মাণত ব্যৱহাৰ কৰিব বুলি কয়।

মৃদুল দাস লগতে কয় যে তেওঁলোকৰ কোম্পানীটোৱে বিভিন্ন চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এটা ব্যৱসায়িক বুজাবুজি কৰিব, যাতে তেওঁলোকক ৱাইফাই কেবৰ জৰিয়তে এম্বুলেন্স সেৱা আগ বঢ়াব পৰা হয়।

অৱশ্যে নৱগঠিত কোম্পানীটোৰ বিষয়াজনে সংবাদমেলত কৰা ঘোষণাৰ বিপৰীতে এই পৰ্য্যন্ত তেওঁলোকৰ ৱেবছাইট বা এপ সাজু হৈ উঠাৰ কথা অৱগত নকৰিলে। এই ধৰণৰ সেৱা আগ বঢ়াবৰ বাবে আধাৰ হিচাপে যি উচ্চ মানৰ ৱেবছাইট আৰু এপ দৰকাৰ হ’ব সেয়া তেওঁলোকৰ নিৰ্মাণ হৈ আছে নে হ’ব সেই কথাও বেকত নকৰিলে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd