DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Mid Day Meal Scam কোকৰাঝাৰত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কুইন্টলে কুইন্টলে পচা মধ্যাহ্ন ভোজনৰ চাউল

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
November 22, 2021 3:03 pm
Kokrajhar mid-day meal

ফটো: নৰ্থইষ্ট নাও।

986
VIEWS
Share on FacebookShare on Twitter

Mid Day Meal Scam কোকৰাঝাৰ চহৰৰ নাতিদুৰৈত অৱস্থিত দেৱৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত মাটিত গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে বস্তাই বস্তাই কুইন্টলে কুইন্টলে পচা চাউল।

চৰকাৰে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা চাউলৰ বস্তা আছিল এইবোৰ।

যি সময়ত চৰকাৰে দেশৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰি দেশৰ ভৱিষ্যত মানৱ সম্পদ হিচাপে ৰূপান্তৰিত কৰিবলৈ কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তাৰ ভিতৰত বিদ্যালয়ত দুপৰীয়াৰ আহাৰ যোগান ধৰাটো অন্যতম ৷

কিন্তু ছাত্ৰ-ছাত্ৰীক খুওৱাৰ উদ্দেশ্যৰে অতি নিম্ন মানৰ চাউল যোগান দিয়াত খাদ্যৰ অনুপযোগী কুইন্টলে কুইন্টলে পঁচা চাউল গাঁতত পুতি থোৱা অৱস্থাত উদ্বাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Also Read: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত ইউনিফৰ্ম কেলেংকাৰী: কাপোৰ নহয় যেন কাগজৰ টুকুৰাহে!

অভিভাৱক আৰু স্থানীয় বাসিন্দা সকলৰ অভিযোগ যে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰে যোগান ধৰা চাউল সমূহ বিদ্যালয়খনৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীয়ে সঠিক সময়ত বিতৰণ নকৰাৰ বাবেই বহু দিন ধৰি যত্ন নোলোৱাকৈ দমাই থোৱাত  চাউলখিনি পচি গ’ল৷

ইয়াৰ বাবেই গোপনে বিদ্যালয় চৌহদত বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউল পুতি পেলাব লগীয়া হ’ল৷

সেয়ে ৰাইজে এই বিষয়ত তদন্ত বিচৰাৰ লগতে অধ্যক্ষ গৰাকীক নিলম্বন কৰিব লাগে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে৷

Also Read: Sexual Harassment বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন; অভিযুক্তক ৰাইজে উত্তম-মধ্যম শোধাই গটালে আৰক্ষীক

ইপিনে, দেৱৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীয়ে সমুদায় অভিযোগ অস্বীকাৰ কৰি ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা নিম্ন মানৰ মধ্যাহ্ন ভোজনৰ চাউলসমূহ খোৱাৰ অনুপযোগী হোৱাৰ বাবেহে বিদ্যালয় পৰিচালনা কমিটিৰ সৈতে আলোচনা-বিলোচনা কৰি গাঁত খান্দি পুতি থোৱা হৈছিল বুলি জানিব দিয়ে৷

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd