• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Sri Lanka Crisis: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ ৰাজপ্ৰাসাদৰ গুপ্তধনে উদঙাইছে ‘সাথন নহ’ চৰকাৰৰ স্বৰূপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2022 12:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Huge amount of money found at Sri Lanka President’s house আজি শ্ৰীলংকাৰ ভয়াৱহ পৰিস্থিতিৰ কাৰণ হৈছে দেশখনত ধনৰ অভাৱ। কিন্তু ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ ৰাজপ্ৰসাদত হেনো লুকাই আছে কোটি কোটি টকা। ইমানেই টকা যে গণনা কৰি শেষ কৰিব নোৱাৰি। দ্বীপৰাষ্ট্ৰখনৰ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এনেধৰণৰ চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছিল।

দেওবাৰে প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ বাসভৱনত আক্ৰমণ চলায়। তেওঁলোকেই টকাখিনি উদ্ধাৰ কৰা বুলি দাবী কৰিছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত এজন প্ৰতিবাদকাৰীক ৰাজপ্ৰসাদত লুকাই থকা ধন গণনা কৰি থকা দেখা গৈছে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰাসাদৰ জিমত জনতাৰ কছৰৎ।

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছতো প্ৰতিবাদৰ ঢৌ কমা নাই। শনিবাৰে কলম্বোৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে লাখ লাখ জনতাই। প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনতো আক্ৰমণ চলায়। বিক্ষোভৰ উত্তাপ দেখি ৰাষ্ট্ৰপতি গোটাবায়া পলায়ন কৰিবলৈ বাধ্য হয়।

Apply Now

শণিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলোৱা একাধিক ভিডিঅ। প্ৰতিবাদকাৰীয়ে দাবী কৰিছে যে সেই সময়ত ৰাজপ্ৰসাদৰ পৰা লাখ লাখ টকা উদ্ধাৰ হৈছে।

শ্ৰীলংকাৰ স্থানীয় সংবাদ সংস্থা ডেইলী মিৰৰে জনোৱা মতে এই ধন নিৰাপত্তা বাহিনীৰ হাতত অৰ্পণ কৰা হৈছে। ঠিক কিমান টকা উদ্ধাৰ কৰা হ’ল, তাৰ তথ্য এতিয়ালৈকে পোৱা হোৱা নাই।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰাসাদৰ ছুইমিং পুলত সাঁতোৰৰ আনন্দ লৈছে জনতাই।

প্ৰতিবাদকাৰীয়ে ধন গণনা কৰি থকা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। তাৰ পিছত এটা প্ৰশ্নই উত্থাপন হয়, যেতিয়া সমগ্ৰ দেশ আৰ্থিকভাৱে বিধ্বস্ত হৈ পৰিছে, চৰকাৰে সহায় বিচাৰি বিদেশৰ আগত হাত পাতি আছে, তাৰ পিছতো ৰাষ্ট্ৰপতিৰ ঘৰত ইমান টকা কেনেকৈ আহিল?

ইফালে ৰাষ্ট্ৰপতি গোটাবায়া এতিয়া ক’ত আছে এতিয়া কোনেও নাজানে। শ্ৰীলংকাৰ বৰ্তমানৰ চৰকাৰৰ আন দুজন মন্ত্ৰীয়েও পদত্যাগ কৰিছে। যোৱা দুদিনত চাৰিজন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd