DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুৱালকুছিত ভেলাঘৰত শিল্পবোধ আৰু জাতীয়তাবোধৰ অপূৰ্ব নিদৰ্শন : প্ৰকাণ্ড এশিঙীয়া গঁড়ৰ আৰ্হি নিৰ্মাণেৰে ৰাইজলৈ বাৰ্তা

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
January 13, 2019 10:58 am
Rhino Bhelaghar

শুৱালকুচিৰ হাটীসত্ৰৰ যুৱকসকলে নিৰ্মাণ কৰা ভেলাঘৰটো।

2.2k
VIEWS
Share on FacebookShare on Twitter

ভোগালীৰ আনন্দৰ উপভোগৰ মাজতো শিল্পবোধ আৰু জাতীয়তাবোধৰ প্ৰকাশ ঘটাব পাৰি। এই কথাকে প্ৰমাণ কৰিলে বস্ত্ৰনগৰী শুৱালকুছিৰ হাটীসত্ৰৰ যুৱকসকলে। তেওঁলোকে নিৰ্মাণ কৰা ভেলাঘৰত শিল্পবোধ আৰু জাতীয়তাবোধৰ অপূৰ্ব নিদৰ্শন ধৰি এই প্ৰমাণ দাঙি ধৰিছে।

বস্ত্ৰনগৰীখনৰ উক্ত অঞ্চলৰ যুৱকসকলে লগ লাগি কেইবাদিনো পৰিশ্ৰম কৰি এটা প্ৰকাণ্ড এশিঙীয়া গঁড়ৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰিছে। এমাহ পূৰ্বৰ পৰা দিন-নিশা একাকাৰ কৰি যুৱকসকলে গঁড়ৰ আকৃতিৰ এই দৃষ্টিনন্দন ভেলাঘৰটো সাজি উলিওৱা বুলি নৰ্থ-ইষ্ট নাওক জনায়।

“গঁড়ৰ আৰ্হিত নিৰ্মাণ কৰা এই ভেলাঘৰ দাহ কৰা নহয়- ইয়াক সংৰক্ষণ কৰা হব” জনালে শুৱালকুছি হাটী সত্ৰৰ যুৱকসকলে নৰ্থ-ইষ্ট নাওক জনালে। অসম গৌৰৱ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ বাবে আহ্বান দি তেওঁলোকে জনসাধাৰণৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবেই এইদৰে শিল্পকলাৰ আশ্ৰয় লোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে তেওঁলোকেও সমগ্ৰ অসমৰ জনগণৰ সৈতে একাত্মতা প্ৰকাশ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভেলাঘৰৰ তলৰ পৰাই প্ৰতিবাদ কৰাৰ কথা জনায়। বিধেয়কখন বাতিল কৰাৰ দাবী তোলে ভেলাঘৰৰ তলৰ পৰা ঐক্যবদ্ধ কণ্ঠেৰে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd