DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদামৰ জলাহৰচুকত এটা আঘাতপ্ৰাপ্ত ধনেশ পক্ষী উদ্ধাৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 12, 2020 11:07 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

614
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ জলাহৰচুকৰ পথাৰত শুকুৰবাৰে পুৱাই এটি আঘাতপ্ৰাপ্ত ধনেশ পক্ষী উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ৰাইজৰ মাজত সৃষ্টি হয় ব্যাপক উৎকণ্ঠাৰ।

স্থানীয় এজন লোকে পুৱাৰ ভাগতে পথাৰখনৰ পানীত পৰি চৰাইটোৱে চটফটাই থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক।

বন বিভাগৰ উপস্থিতত ততাতৈয়াকৈ দুলু বৰায়ে আঘাতপ্ৰাপ্ত ৰজাধনেশটো উদ্ধাৰ কৰি প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত কাজিৰঙাস্থিত বন্যপ্ৰাণী চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণৰ দিহা কৰে।

উদ্ধাৰ হোৱা ৰজাধনেশটোৰ ডেউকাত আঘাতৰ চিন স্পষ্ট হৈ আছে, যাৰ বাবেই হয়তো উৰিবলৈ অক্ষম হৈছেল ৰজাধনেশটো।

উল্লেখযোগ্য যে, বৰ্তমান হৈছে ধনেশ পক্ষীৰ বাহ বনোৱা অথবা কণী ওমণি দি পোৱালি জগোৱাৰ সময়। এই সময়খিনিত স্বাভাবিকতে মতা ধনেশ পক্ষীটোয়ে আহাৰ যোগান ধৰে বাহত থকা মাইকী ধনেশ পক্ষীজনীক।

গতিকে বিনোদ দুলু বৰায়ে ৰাজধনেশটো উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত স্থানীয় ৰাইজক সজাগ কৰাৰ উপৰিও ওচৰে-পাজৰে অঞ্চলত বাহত থকা মাইকী ধনেশ পক্ষীজনীৰ সন্ধান পালে লগে লগে বিনোদ দুলু বৰা তথা বন বিভাগক অৱগত কৰিবলৈ অনুৰোধ জনায়।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd