• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষী আৰু প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ স্বেচ্ছাসেৱকৰ যৌথ সন্মিলন সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 9:22 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱেম্বৰৰ অসম আৰক্ষী আৰু “প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট’-এ যুটীয়াভাৱে পৰিকল্পনা আৰু ৰূপায়ন কৰা ‘কোভিড চেণ্টিনেল প্রকল্পৰ লগত জড়িত স্কে্ছাসেৱকসকলৰ এখন সন্মিলন আজি অনুষ্ঠিত হয়।

যোৱা ৩১ অক্টোবৰত এই প্রকল্পৰ সফলতাৰে পৰিসমাপ্তি ঘটে আৰু এই উপলক্ষে আয়োজিত সন্মিলনখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গুৱাহাটী মহানগৰত ৰূপায়ন কৰা ‘প্রকল্পটোৰ সম্পৰ্কত বিস্তৃতভাবে ব্যাখ্যা দাঙি ধৰি ইয়াৰ লগত জড়িত আৰক্ষীৰ বিভিন্ন বৰ্গৰ লোক আৰু স্বেচ্ছাসেৱকসকলে নিষ্ঠাসহকাৰে আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকৰ প্রতি ধন্যবাদ আৰু কতজ্ঞতা জ্ঞাপন কৰে।

Apply Now

তেওঁ কয় যে যোৱা ২৫ মে’ৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হোৱা অসম আৰক্ষীৰ ‘কোভিড চেণ্টিনেল’ নামৰ ‘জিঅ’ ফেলিং এপৰ দ্বাৰা হোমকোৱাৰেণ্টাইনত থকা ব্যক্তিসকলক ঘৰতে থকাটো নিশ্চিত কৰা হয়। কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰি ঘৰৰ বাহিৰ হ’লে অসম আৰক্ষীয়ে তৎক্ষণাত ইয়াৰ খবৰ লাভ কৰে আৰু যথোচিত ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে প্রতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ স্বেচ্ছাসেকসকলে ফোনকলৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলৰ খা-খবৰ ৰখাৰ লগতে তেওঁলোকে মানি চলিবলগীয়া নিয়মসমূহৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়।

তদুপৰি খাদ্য অথবা চিকিৎসা আদিৰ ক্ষেত্ৰতো এই প্রকল্পৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলক প্রয়োজনীয় সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰি সঞ্চালক প্ৰধান গৰাকীয়ে প্রয়োজন অনুসৰি ব্যন্তিসকলক ‘অক্সিমিটাৰো’ যোগান ধৰা বুলি অৱগত কৰে।

উল্লেখযোগ্য যে আৰক্ষী সঞ্চালকপ্ৰধান ভাঙ্কৰজ্যোতি মহন্তৰ উদ্যোগত ‘প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট’ৰ অবৈতনিক সঞ্চালিকা তথা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যপিকা ডাঃ গায়ত্ৰী গগৈ আৰু ধেমাজী জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘাপোৱাটৰ নেতত্বত ৰাজ্যৰ বিভিন্ন প্রান্তৰ তিনি শতাধিক স্বেচ্ছাসেৱকে কামৰূপ মহানগৰ জিলাৰ প্রায় ৩৭ হাজাৰ লোকক প্রত্যক্ষভাৱে নিৰীক্ষণ কৰি তেওলোকৰ প্রতিপ্রয়োজনীয় সহায় আগবঢ়ায়।

গুৱাহাটীৰ গণেশগুৰিছ্থিত ‘চান চিটি লজ’ত অনুষ্ঠিত এই সন্মিলনত মহানগৰ আৰক্ষী আয়ুক্ত মুন প্রসাদ গুপ্তা, এন এইছ এমৰ মিছন সঞ্চালক ডঃ লক্ষ্মণন, ধেমাজী জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘণোৱাট, অসম আৰক্ষী পৰিৱাৰ কল্যাণ সংস্থাৰ সভানেত্ৰী স্বপনালী মহন্তক প্রমুখ্য কৰি কেবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd