DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলাৰ এটা বৃহৎ দলে ঘেৰাও কৰিলে বোকাজান আৰক্ষী থানা

নংগি তেৰাং by নংগি তেৰাং
March 5, 2019 9:27 am
bokajan thana gherao

ফটো : নৰ্থ-ইষ্ট নাও

534
VIEWS
Share on FacebookShare on Twitter

যৌন নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰা এজন অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি ৪ মাৰ্চ অৰ্থাৎ সোমবাৰে মহিলাৰ এটা বৃহৎ দলে ঘেৰাও কৰে বোকাজান আৰক্ষী থানা।

যোৱা ৩ মাৰ্চত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীত পাপু গগৈ (৩০)নামৰ এজন যুৱকে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাইছিল। আৰু সেই যুৱজকনৰ শাস্তিৰ দাবীতে মহিলাসকলে ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য যে এই ঘটনাটো সন্দৰ্ভত বোকাজান আৰক্ষীয়ে নীৰৱ ভূমিকা অৱলম্বন কৰি থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় মহিলাসকলে সোমবাৰে ৰাতিপুৱাই এই কাৰ্যসূচী লয়।

মহিলাসকলে গ্ৰহণ কৰা এঘণ্টীয়া ঘেৰাও কাৰ্যসূচীৰ ফলত বোকাজান থানা চৌহদৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে থানাৰ সন্মুখৰ পথটো স্তব্ধ হৈ পৰে। যাৰ ফলত পথৰ দুয়ো কাষে শ-শ যান বাহন তথা আবদ্ধ হৈ পৰে।

পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত যৌন নিৰ্যাতনত অভিযুক্ত যুৱকজনক বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিফু কোৰ্টলৈ প্ৰেৰণ কৰা বুলি বোকাজান আৰক্ষীয়ে প্ৰতিবাদকাৰী মহিলাসকলক জানিবলৈ দিয়ে। এই কথা জনাৰ পাছতে পৰিস্থিতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

উল্লেখ্য যে অভিযুক্ত পাপু গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নং ধাৰাৰ অধীনত ৪৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।

Recent News

Gauhati High Court home guard

গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Nitish Kumar Bihar

নীতিশ কুমাৰৰ পদত্যাগ: নতুন সিদ্ধান্তৰ পূৰ্বে সাক্ষাৎ লালুপুত্ৰ তেজস্বীক

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd