• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰকীয়া প্ৰেমৰ সন্দেহ! ৰাস্তাৰ মাজতে স্বামীয়ে ছুৰিৰে হানি খুচি হত্যা কৰিলে পত্নীক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2021 8:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰকীয়া প্ৰেমৰ সন্দেহত নিজৰ পত্নীক এখন বজাৰৰ মাজতে চুৰিকাঘাত কৰি হত্যা কৰাৰ এটা ঘটনা সংঘটিত হৈছে।

দিল্লীৰ ৰোহিনি অঞ্চলত শনিবাৰে সংঘটিত হৈছে হত্যাকাণ্ডটো।

Apply Now

দিল্লী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত স্বামীজনৰ নাম- হৰিশ মেহতা (৪০) বুলি জানিব পৰা গৈছে।

আনহাতে, তেওঁ হত্যা কৰা পত্নীৰ নাম- নীলু (২৬)।

আৰক্ষীৰ সূত্ৰৰ পৰা জনা গৈছে যে অভিযুক্ত হৰিশৰ প্ৰকৃত ঘৰ গুজৰাটৰ ৰাজকোটত।

তেওঁ দিল্লীত কৰ্মৰত হিচাপে বাস কৰি থকাৰ সময়তে এটা মেট্ৰিমনিয়েল সাইটত নীলুৰ স’তে পৰিচয় হয়।

নীলুৱে এখন চৰকাৰী চিকিৎসালয়ত চাকৰি কৰে।

বিয়াৰ পাছত হৰিশে নীলুক চাকৰি এৰি সংসাৰধৰ্ম পালন কৰিবলৈ মানসিক চাপ দিয়ে।

কিন্তু চাকৰি এৰিবলৈ নীলু ৰাজি নহ’ল।

এই বিষয়টো লৈ তেওঁলোকৰ  সংসাৰ অশান্তিকৰ হৈ পৰিবলৈ ধৰিলে।

সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে কয় যে, বিয়াৰ কিছু দিন পাছতে হৰিশে সন্দেহ কৰিবলৈ আৰম্ভ কৰে যে নীলুৱে আন কোনো পুৰুষৰ স’তে সম্পৰ্ক ৰাখিছে।

পাৰিবাৰিক অশান্তিৰ বাবে বিয়াৰ কিছুদিনৰ পাছতে হৰিশক এৰি নীলুৱে নিজৰ পৈত্ৰিক ঘৰত থাকিবলৈ লয়।

ইয়াৰ বাবে হৰিশৰ খং দুগুণ বৃদ্ধি হয়।

খঙে যেতিয়া সকলো নিয়ন্ত্ৰণ পাৰ কৰি নিয়ে, তেতিয়া হৰিশে নীলুক হত্যা কৰিবলৈ পৰিকল্পনা কৰে।

পৰিকল্পনা অনুযায়ী শনিবাৰে দুপৰীয়া নীলুৱে চাকৰিক্ষেত্ৰৰ পৰা ঘৰলৈ উভটি আহি থাকোতে বুদ্ধ বিহাৰ অঞ্চলৰ এখন বজাৰত খাপ পিটি ৰৈ আছিল হৰিশ।

যেতিয়া নীলুক কাষত পায়, হৰিশে লোকচক্ষুৰ আগতে নীলুক উপৰ্যুপৰি ছুৰিকাঘাত কৰি যাবলৈ ধৰে।

নীলু বাগৰি পৰে আৰু সমগ্ৰ ঘটনাটো উপস্থিত লোকসকলে কেমেৰাত বন্দী কৰে।

সামাজিক মাধ্যমত ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত দেখা গৈছে ৰাস্তাৰ মাজতে পৰি থকা নীলুৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছে।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে অঞ্চলটোৰ আৰক্ষী কৰ্মীসকল তাত গৈ উপস্থিত হয়।

নীলুক সঞ্জয় গান্ধী হস্পিতাললৈ প্ৰেৰণ কৰা হয় কিন্তু চিকিৎসকসকলে মৃত ঘোষণা কৰে।

হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছতে ঘটনাস্থলীৰ পৰা উধাও হয় হৰিশ।

কিন্তু বিচাৰ-খোচাৰ কৰাৰ পাছত আৰক্ষীয়ে হৰিশক আটক কৰে।

বৰ্তমান দিল্লীৰ বিজয় বিহাৰ থানাত আৰক্ষীৰ জিম্মাত থকা হৰিশৰ ওপৰত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am
নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd