• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভগৱানৰ ওপৰত উজাৰিলে ক্ষোভ! বৰষুণ নিদিয়াৰ বাবে ভাঙি গুৰি কৰিলে মন্দিৰৰ বিগ্ৰহ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 3:42 pm
534
VIEWS
Share on FacebookShare on Twitter

অদৃশ্য শক্তিৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰিলে এজন লোকে।

আনকি মন্দিৰৰ বিগ্ৰহো ভাঙি চিঙি খাস্তাং কৰি পেলালে।

দিল্লীৰ দ্বাৰকাৰ কাকৰলা গাঁৱত সংঘটিত হৈছে এই কাণ্ড।

গাঁওখনৰে মহেশ (৪৫) নামৰ এজন লোকে তীব্ৰ খৰাঙৰ বাবে এটা হনুমান মন্দিৰত গৈ মূৰ্তিসমূহ ভাঙি পেলায়।

মঙলবাৰে লোকজনক দিল্লী আৰক্ষীয়ে ঘটনাটোৰ পাছতে গ্ৰেপ্তাৰ কৰে।

লোকজনে মূৰ্তিটো ভাঙি থৈ যোৱাৰ পাছত মন্দিৰটোৰ পূজাৰীজন তাত গৈ উপস্থিত হয় আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।

তাৰপাছতে হিন্দুত্ববাদী সংগঠন আৰু স্থানীয় বাসিন্দাসকলে ঘটনাটোৰ প্ৰতিবাদ সাব্যষ্ট কৰে।

তেওঁলোকে পথ বন্ধ কাৰ্যসূচীও হাতত লয়।

আৰক্ষীয়ে তেওঁলোকক আশ্বাস প্ৰদান কৰে যে অভিযুক্ত লোকজনক অচিৰেই গ্ৰেপ্তাৰ কৰা হ’ব।

মন্দিৰটোৰ চিচি টিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে মহেশক গ্ৰেপ্তাৰ কৰে।

মহেশ বৃত্তিত এজন মুচি।

চিচি টিভি ফুটেজৰ ভিত্তি কৰি আৰক্ষীয়ে কয় যে মহেশে কমলাৰঙী পোচাক পৰিধান কৰি হাতত এখন কুঠাৰ লৈ মন্দিৰ প্ৰাংগনত প্ৰৱেশ কৰিছিল।

আৰক্ষীয়ে কয় যে কেৱল তিনিটাকৈ হনুমান মূৰ্তিয়ে নহয়, মহেশে মন্দিৰ চৌহদৰ উদ্ভিদ আৰু বিভিন্ন পাত্ৰসমূহৰো ধ্বংসসাধন কৰে।

আৰক্ষীৰ জেৰাত মহেশে কয় যে আৰাধ্য দেৱতাৰ ওপৰত তেওঁৰ খং উঠাৰ বাবেই এই কাণ্ড সংঘটিত কৰিলে।

তেওঁৰ খঙৰ কাৰণ হ’ল আৰাধ্য দেৱতাই অঞ্চলটোৰ তাপমাত্ৰা বৃদ্ধি কৰি বৰষুণৰ পৰিমাণ কমাই দিছে।

আৰক্ষীয়ে মহেশৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৫ ধাৰা আৰু ২৯৫ এ ধাৰামতে এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে কয় যে, অভিযুক্ত মহেশে ব্যৱহাৰ কৰা কুঠাৰখনো উদ্ধাৰ কৰা হৈছে।

Recent News

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd