DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত বিহুৰ দিনাই বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2019 12:49 pm
WildElephant

প্ৰতিনিধিত্বমূলক ফটো

945
VIEWS
Share on FacebookShare on Twitter

আজি বিহুৰ দিনাই চামগুৰিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। দীৰ্ঘদিনৰ পৰাই বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চামগুৰি অঞ্চলত আজি পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে মৃত্যুক আঁকোৱালি লোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে চামগুৰিৰ ভৰাগুৰিত সংঘটিত হৈছে ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন ২নং ভৰাগুৰিৰ টেম্বা ওৰাং বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হয় যদিও স্থানীয় লোকে বন বিভাগৰ লোকক আৱদ্ধ কৰি ৰাখে। স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে এই অঞ্চলটোত দিনে দিনে বনৰীয়া হাতীৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ পাছতো বিভাগটোৱে হাতী খেদি পঠোৱাৰ ক্ষেত্ৰত গাঁওবাসীসকলৰ সৈতে কোনো সমন্বয় ৰক্ষা কৰা নাই।

উল্লেখ্য যে মানুহে হাতীৰ আৱাসভূমিত বেদখল কৰা আৰু আন আন কাৰণত হাতীৰ আৱাসভূমি সংকুচিত হৈ আহিছে আৰু তাৰ লগে লগে সমান্তৰালভাৱে অসমত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক আৱাসভূমি সংকুচিত হৈ অহাৰ ফলত সৃষ্টি হোৱা হাতী মানুহৰ সংঘাতে বহু মানুহৰ লগতে বনৰীয়া হাতীয়েও মৃত্যুবৰণ কৰিব লগীয়া হোৱাটো সমাজৰ বাবে এক গভীৰ সমস্যা হিচাপে থিয় দিছে।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd