• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ বাবে গৌৰৱৰ ক্ষণ: বিশিষ্ট সাহিত্যিক ডঃ দীপক কুমাৰ বৰকাকতিলৈ সন্মানীয় ভাৰতীয় ভাষা পৰিষদ বঁটা

by
May 21, 2026 10:27 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাহিত্য জগতলৈ কঢ়িয়াই আনিছে এক সুন্দৰ খবৰ। প্ৰখ্যাত অসমীয়া ঔপন্যাসিক ডঃ দীপক কুমাৰ বৰকাকতিক চলিত বৰ্ষৰ সন্মানীয় ভাৰতীয় ভাষা পৰিষদ বঁটাৰে সন্মানিত কৰা হৈছে। যোৱা এক মে’ তাৰিখে কলকাতাৰ ভাৰতীয় ভাষা পৰিষদৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। যোৱা দহ এপ্ৰিলত ঘোষণা কৰা এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ বাবে এই বিশেষ সভাখনৰ আয়োজন কৰা হৈছিল। অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডঃ বৰকাকতিক পৰিষদৰ তৰফৰ পৰা ‘কৰ্তৃত্ব সমগ্ৰ সন্মান’ আগবঢ়োৱা হয়।

ভাষা পৰিষদৰ সভাপতি ডঃ কুসুম খেমানীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বাংলা সাহিত্যিক ডঃ ৰাম কুমাৰ মুখোপাধ্যায়। তেখেত সাহিত্য অকাডেমিৰ পূব মণ্ডলৰ প্ৰাক্তন সচিব তথা বিশ্বভাৰতীৰ গ্ৰন্থন বিভাগৰ প্ৰাক্তন সঞ্চালক আছিল। অনুষ্ঠানটোত ডঃ বৰকাকতিৰ উপৰিও আন তিনিগৰাকী দেশৰ বিশিষ্ট জ্যেষ্ঠ সাহিত্যিকক এই সন্মান প্ৰদান কৰা হয়। তেওঁলোক হ’ল হিন্দী ভাষাৰ নৰেশ ছাক্সেনা, কানাড়া ভাষাৰ বৈদেহী আৰু উৰ্দু ভাষাৰ আনিশ আছফাক।

Apply Now

জ্যেষ্ঠ লেখকসকলৰ লগতে আন চাৰিগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ লেখককো অনুষ্ঠানত ‘যুৱ পুৰস্কাৰ’ প্ৰদান কৰা হয়। এই বঁটা লাভ কৰা যুৱ সাহিত্যিকসকল হ’ল হিন্দী ভাষাৰ দিব্য বিজয়, মালয়ালমৰ জিন্‌ছা গংগা, বাংলাৰ পিয়ুষ সৰকাৰ আৰু গুজৰাটী ভাষাৰ অজয় ছোনী। সভাৰ আৰম্ভণিতে পৰিষদৰ সভাপতি ডঃ কুসুম খেমানীয়ে অনুষ্ঠানটোৰ একান্ন বছৰীয়া বৰ্ণিল ইতিহাসৰ বিষয়ে আলোকপাত কৰে আৰু তাৰ পাছতেই মুখ্য অতিথি ডঃ ৰাম কুমাৰ মুখোপাধ্যায়ে নিজৰ সাৰুৱা ভাষণ আগবঢ়ায়। কলকাতাৰ ৰাছিয়ান দূতাৱাসৰ কনছুলেটেও হিন্দী আৰু বাংলা ভাষাত এই অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

বঁটা প্ৰদান আৰু ভাৰতীয় ভাষা পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন বিশেষ আলোচনা চক্ৰৰো আয়োজন কৰা হয়। ‘লেখক : বৈশ্বিক মানৱীয়তা আৰু শান্তি’ শীৰ্ষক এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখনত বঁটা বিজয়ী সাহিত্যিকসকলে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰখন সুচাৰুৰূপে সঞ্চালনা কৰে ভাষা পৰিষদৰ সঞ্চালক অধ্যাপক শম্ভুনাথে। আনহাতে, সমগ্ৰ অনুষ্ঠানটো অতি সুন্দৰভাৱে আঁত ধৰে অধ্যাপক ৰাজশ্ৰী শুক্লাই। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানে অসমৰ সাহিত্যিক মহললৈ এক নতুন উৎসাহ কঢ়িয়াই আনিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd