• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্প্ৰীতিৰ অনন্য নিদৰ্শন : ইছলামধৰ্মী লোকে আগবঢ়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভাগৱত যাত্ৰাৰ স্থায়ী ৰথ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 30, 2019 10:08 pm
Sankardev Sangha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰিত গোলাঘাট জিলাৰ দেৰগাঁৱৰ আহোম পথাৰত অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক মূলৰ বাৰ্ষিক অধিৱেশন। অধিবেশনৰ তৃতীয় দিনা ভাগৱত শোভাযাত্ৰাৰ বাবে ব্যৱহাৰ কৰা বাহনখন আগবঢ়াইছিল দেৰগাঁৱৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে। তেওঁৰ নাম ৰাজুমনি হুছেইন।

হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰা সেইগৰাকী ব্যক্তিয়েই এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিবেশনত ভাগৱত শোভাযাত্ৰাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া মূল বাহনখন স্থায়ীভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

Apply Now

দেওবাৰে ৰাজুমনি হুছেইনে গুৱাহাটীৰ ৰূপনগৰস্থিত সংঘৰ কাৰ্য্যালয়লৈ আহি সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰধান সম্পাদক বাবুল বৰাৰ লগতে কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত ভাগৱত যাত্ৰাৰ বাবে স্থায়ী বাহনখন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। এইক্ষেত্ৰত কৰিবলগীয়া যাৱতীয় কাম-কাজ কেইদিনমানৰ ভিতৰতেই সম্পন্ন কৰিব বুলিও তেওঁ সংঘক জনোৱা বুলি প্ৰধান সম্পাদক বাবুল বৰাই আমাক জানিবলৈ দিছে।

26ef8b90-47e0-44cc-bb91-4a299074f7e7
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ সৈতে ৰাজুমনি হুছেইন(সোফালে)। ফটো : নৰ্থ-ইষ্ট নাও

দেৰগাঁও অধিবেশনত হুছেইনে আগবঢ়োৱা বাহনখনত গড়ুড় পক্ষী সম্বলিত এখন ৰথ হিচাপে সজাই লৈ তাত গুৰু আসন আৰু ভাগৱত প্ৰতিস্থা কৰি শোভাযাত্ৰা কৰা হৈছিল। ৰথখনৰ বাবে বাহনখন আগবঢ়োৱাই নহয় গুৰু আসন আৰু তাত অস্থায়ী মণিকূট সজোৱা আটাইখিনি কামৰ বাবে ৰাজুমনি হুছেইনে খৰচ বহন কৰিছিল বুলি বাবুল বৰাই প্ৰকাশ কৰিছে।

কেৱল দেৰগাঁও অধিবেশনতেই নহয় বিগত মৰিগাঁও অধিবেশনতো তেওঁ আৰ্থিক বৰঙণি আগবঢ়োৱাৰ উপৰি ভাগৱত যাত্ৰাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াইছিল। ইয়াৰ উপৰি তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ এক লাখ টকাৰ অৰিহনা আগবঢ়াইছিল।  ইছলামধৰ্মী ৰাজুমনি হুছেইনৰ উদাৰতা আৰু ধৰ্মীয় সংকীৰ্ণতাৰ বিপৰীতে এনে মহানুভৱতাক শলাগ লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ লগতে বিভিন্ন জনে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd