• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এমহীয়া কণমানি শিশুৰ মৃত্যু

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , June 23, 2019 11:41 am

1 min read

মাজুলীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এমহীয়া কণমানি শিশুৰ মৃত্যু
6.6k
VIEWS
Share on FacebookShare on Twitter

বাৰিষাৰ লগে লগে জাপানীজ এনকেফেলাইটছকে ধৰি বিভিন্ন প্ৰকাৰৰ বায়ুৰ পৰা হোৱা বেমাৰৰ প্ৰাদুৰ্ভাৱ পৰিছে মাজুলীতো। জিলাখনৰ এটি কণমানি শিশু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়।

নিহত কণমানি শিশুটিক মাজুলীৰ পতিয়ৰি গাঁৱৰ নিবাসী চুৰেন বৰা আৰু নিতুমনি বৰাৰ এমহীয়া পুত্ৰ পল্লৱ বৰা বুলি চিনাক্ত কৰা হৈছে।

শিশুটি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৰহাট চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি কালি অৰ্থাৎ ২১ জুনৰ নিশা শিশুটিয়ে শেষ নিশ্বাস ত্যাগ কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশ সৃষ্টি কৰাৰ লগতে আতংকিত হৈ পৰিছে মাজুলীবাসী। লগতে পতিয়ৰি, পেৰাভাৰি, চামগুৰি আদি অঞ্চলৰ ৰাইজে জিলাখনৰ স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিকাৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd