• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱতাক ভূলুণ্ঠিত কৰা ঘটনা; পথৰ দাঁতিত পেলাই থৈ গ’ল সদ্যজাত কন্যা দেৱ শিশু

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 11, 2021 7:47 am
new born baby

পথৰ দাঁতিত উদ্ধাৰ কৰা দেৱ শিশুটি। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সাৰ তামুলপুৰত মানবতাক ভু লুন্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে ৷ সভ্য সমাজক লাজ্জনত কৰি কোনোৱে ৰাজপথত পেলাই থৈ গ’ল এটি সদ্যজাত শিশু কন্যা সন্তান।

তামুলপুৰৰ দিঘিলীপাৰ কালি মন্দিৰৰ সন্মুখত শনিবাৰে সন্ধিয়া ৬-৪৫ বজাত উদ্ধাৰ হয় এটা সদ্যাজাত শিশু কন্যা।

Apply Now

তামুলপুৰ সমূহীয়া চিকিৎসালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত উদ্ধাৰ হয় সদ্যজাত শিশুটি।

কিছু সময় আগতে পথৰ দাঁতিত কোনো অজ্ঞাত লোকে নিজৰ লজ্জা ঢাকিবৰ বাবে পেলাই থৈ যায় কন্যা দেৱ শিশুটিক ৷

সন্ধিয়া তামুলপুৰ-ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে এগৰাকী যুৱকে আহি থকা অৱস্থাত দেৱ শিশুটিৰ কান্দোন শুনা পায় আৰু  লোকজনে ইফাল সিফালে বিচাৰি   দেৱ শিশুটিক মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে যুৱক জনে শিশুটিক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

তামুলপুৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু চাইল্ড লাইনৰ লগত যোগাযোগ কৰিছে  চিকিৎসালয় কৰ্তৃপক্ষই।

কোনো লোকৰ ‘অবৈধ সম্পৰ্ক’ৰ ফলত জন্ম লোৱা আৰু নিজৰ লজ্জা ঢাকিবৰ বাবে এইদৰে দেৱ শিশু এটিক পথৰ দাঁতিত পেলাই থৈ যোৱা কাণ্ডক ধিক্কাৰ দিছে সচেতন ৰাইজে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd