• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলা-শিল্প প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা, লোকসংগীত-নৃত্যৰে ১৮ ফেব্ৰুৱাৰিৰ পৰা শিল্পগ্ৰাম মহোৎসৱ ২০২১

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2021 3:34 pm

1 min read

Shilpgram Photo
129
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় অধীনৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ উদ্যোগত শিল্পগ্রাম মহোৎসৱ-২০২১ অহা ১৮ পৰা ২১ ফেব্ৰুৱাৰীৰ লৈ চাৰিদিনীয়াকৈ গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শিল্পগ্রাম চৌহদত অনুষ্ঠিত হ’ব।

বাৰেৰহনীয়া কলা-শিল্প, প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা, লোকসংগীত-নৃত্যৰ উৎসৱত উখল মাখল হ’ব শিল্পগ্ৰাম।

২০০৬ চনতে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৱাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্রকল্প চৌহদ শিল্পগ্ৰামৰ ১৫ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজিত উত্তৰ পূৱৰ আঠৰ ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীয় লোকশিল্পীৰ দল, অসমৰ বিশিষ্ট লোক সংগীত শিল্পীয়ে এই ‘মহোৎসৱত লোক সাংস্কৃতিক নৃত্য-গীত পৰিবেশন কৰিব।

উল্লেখ্য যে, মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ এটি জনগোষ্ঠীয় লোক নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে।

অসমৰ বাৰেৰহণীয়া লোক আৰু জনগোষ্ঠীয় নৃত্য সমূহ নৱ প্ৰজন্মৰ মাজত প্রতিযোগিতামুলক ‘মনোভাৱেৰে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।

ইফালে উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd