DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পিএম কেয়াৰ্ছৰ ফাণ্ডেৰে ক্ৰয় কৰা ভেণ্টিলেটৰ মেচিন মাত্ৰ ২ ঘণ্টাতে বিকল! : ক্ষুব্ধ ৰাজ্য চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 9:27 am
Ventilators
343
VIEWS
Share on FacebookShare on Twitter

কোভিডকালীন পৰিস্থিতিৰ মাজতে পিএম কেয়াৰ্ছৰ ফাণ্ডেৰে ক্ৰয় কৰা ভেণ্টিলেটৰ মেচিনে জ্বলা কলা খোৱালে এখন ৰাজ্য চৰকাৰক। মাত্ৰ দুঘণ্টাতে অচল হৈ পৰিল আশীটাকৈ ভেণ্টিলেটৰ মেচিন।

উল্লেখ্য যে পিএম কেয়াৰ্ছ ফাণ্ডেৰে ক্ৰয় কৰি কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ গুৰু গোবিন্দ সিং চিকিৎসা মহাবিদ্যালয়লৈ ৮০ টা ভেণ্টিলেটৰ মেচিন প্ৰেৰণ কৰিছিল।

পিছে চিকিৎসা মহাবিদ্যালয়খনে প্ৰকাশ কৰিছে যে উক্ত ৮০ টা মেচিনৰ সৰহসংখ্যক মেচিনেই ব্যৱহাৰৰ মাত্ৰ দুঘণ্টাৰ ভিতৰতে বিকল হৈ পৰিছে।

চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি উক্ত ৮০ টা মেচিনৰ ৭১ টা মেচিন চলি থকাৰ মাজতে হঠাতে বিকল হৈ পৰে।

ফৰিদকোৰ্টৰ বাবা ফৰিদ ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সৰ উপাচাৰ্য ডাঃ ৰাজ বাহাদুৰে কয় যে কেন্দ্ৰই যোগান ধৰা ভেণ্টিলেটৰ মেচিনকেইটা অতি নিম্নমানৰ মেচিন।

ইফালে পঞ্জাৱ চৰকাৰৰ মুখ্য সচিব বিনি মহাজনে প্ৰকাশ কৰিছে যে বিকল হৈ পৰা মেচিনকেইটা মেৰামতি কৰাৰ বাবে দক্ষ ইঞ্জিনিয়াৰ ৰাজ্যখনলৈ অনা হৈছে।

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰই ২৫ কোটি টকা ব্যয় কৰি ২৫০ টা ভেণ্টিলেটৰ মেচিন পঞ্জাৱলৈ প্ৰেৰণ কৰিছিল।

ইফালে কোভিড পৰিস্থিতিৰ মাজতে কেন্দ্ৰই প্ৰেৰণ কৰা ভেণ্টিলেটৰ মেটিনসমূহ বিকল হৈ পৰাত পঞ্জাৱ চৰকাৰ ক্ষুব্ধ হৈ উঠিছে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd