• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ ছাত্ৰ পৰিষদৰ ধাৰাবাহিক ধনদাবীত অতিষ্ঠ স্নায়ু শল্য চিকিৎসক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2018 11:27 am
Dr-Dhrubajyoti-Kurmi-750x375
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়া মাথোঁ অসম মুলুকতেই সম্ভৱপৰ। সোণৰ অসম গঢ়িবলৈ আগবঢ়া অসমৰ অন্যতম ছাত্ৰ সংগঠন— অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা বাৰে বাৰে অহা ধনদাবীক লৈ অতিষ্ঠ হৈ পৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়াই অহা বিশিষ্ট স্নায়ু শল্য চিকিৎসক ড০ ধ্ৰুবজ্যোতি কুৰ্মী।

বহিঃৰাজ্যত আগবঢ়োৱা লোভনীয় দৰমহাৰ মোহ ত্যাগ কৰি অসমৰ জনসাধাৰণক সেৱা আগ বঢ়োৱাৰ পণ লোৱা ড০ কুৰ্মী  ২০১৫ চনৰ পৰাই এএমচিএইচ্চত নিয়োজিত হৈ আছে।

Apply Now

ডিব্ৰুগড়ৰ টিংখঙৰ ২নং বামুণপুখুৰী গাঁৱৰ পৰা ওলাই আহি এগৰাকী আগশাৰীৰ স্নায়ু শল্য চিকিৎসক হিচাপে পৰিগণিত হোৱা ড০ কুৰ্মীয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ অতি সীমিত সুবিধাৰ মাজতেই, আনকি এটা স্নায়ু অস্ত্ৰোপচাৰৰ বাবে বিশেষীকৃত অস্ত্ৰোপচাৰ কক্ষ নথকা সত্ত্বেও, দিনে নিশাই সেৱা আগবঢ়াই আহিছে।

ড০ কুৰ্মীয়ে জনাইছে যে নিজৰ বিবেকৰ নিৰ্দেশ মানি তেওঁ নিজৰ জন্মভূমিৰ বাসিন্দাসকলক চিকিৎসা সেৱা আগবঢ়াবলৈ অসম চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰিছে। তেওঁ কৈছে যে মাত্ৰ ৪২ হেজাৰ টকা দৰমহাত তেওঁ চিকিৎসা মহাবিদ্যালয়খনত অস্থায়ী পদবীত কৰ্মৰত আছে।

উল্লেখ্য যে বৰ্তমানৰ চৰকাৰে শেহতীয়াভাৱে স্নায়ু শল্য চিকিৎসাৰ সৈতে জড়িত কিছুমান অতি গুৰুত্বপূৰ্ণ আহিলা যোগান ধৰিছে যদিও বৰ্তমানো অসম চিকিৎসা মহাবিদ্যালয়ত স্নায়ু শল্য চিকিৎসা বিভাগটো পূৰ্ণ পৰ্যায়ৰ হৈ উঠা নাই।

ড০ কুৰ্মীয়ে জনাইছে যে দিনত সাধাৰণ অস্ত্ৰোপচাৰ কক্ষসমূহ ব্যস্ত থকাৰ হেতুকে তেওঁ নিশাৰ ভাগত অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে। এনেদৰে নিজৰ আৰামৰ কথা নাভাবি তেওঁ প্ৰতি মাহে ২০ৰ পৰা ২৫টা লৈকে গুৰুত্বপূৰ্ণ স্নায়ু অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।

কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে ধনদাবী কৰি কৰি এই প্ৰতিভাশালী স্নায়ু শল্য চিকিৎসকগৰাকীৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। আনকি নিজৰ ৪৮,০০০ টকা দৰমহাৰ পৰা ১২,০০০ টকা দিয়াৰ পাছতো সংগঠনটোৰ সদস্যসকল সন্তুষ্ট হোৱা নাই বুলি নিজৰ ফে’চবুক প’ষ্টত প্ৰকাশ কৰিছে ড০ কুৰ্মীয়ে।

এতিয়া ড০ কুৰ্মীয়ে মাজে মাজে ভাবে— নিজৰ পৰিয়াল, সন্তানৰ ভৱিষ্যত তথা আৰামৰ কথা নাভাবি অসমলৈ উভতি আহি তেওঁ বাৰু ভুল কৰিলে নেকি?

তেওঁ মাজে মাজে ভাবে—  অসম চিকিৎসা মহাবিদ্যালয়ৰ চাকৰি বাদ দি প্ৰাইভেট প্ৰেকটিছ আৰম্ভ কৰাটোকেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰে নেকি?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd