• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসক ঈশ্বৰৰ দেৱদূত; ছচিয়েল মিডিয়াত ভাইৰেল চিকিৎসকৰ ‘দশভূজা’ ৰূপ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 8:34 am
WhatsApp Image 2020-10-18 at 7.59.47 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বৰ জনসাধাৰণে যেন ভালদৰে বুজি উঠিছে যে চিকিৎসক হৈছে ঈশ্বৰৰ দেৱদূত।

কৰ’না সংক্ৰমণৰ আশংকাকো আওকাণ কৰি চিকিৎসক, নাৰ্চ তথা স্বাস্থ্যকৰ্মীসকলে ৰোগীৰ সেৱাত নিজকে নিয়োজিত কৰি আহিছে।

Apply Now

তেওঁলোকৰ চৰম ত্যাগৰ বিনিময়ত বিশ্বৰ লক্ষ লক্ষ লোক সুস্থ হৈ উঠিছে, মৃত্যুৰ মুখৰ পৰা উভতি আহিছে।

সেয়েহে, শাৰদীয় দূৰ্গা পূজাৰ প্ৰাক্ক্ষণত গণদেৱতাই চিকিৎসকসকলক ঈশ্বৰৰ স্থানত বহুৱাইছে।

ইয়াৰ মাজতেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা চিকিৎসকৰ দশভূজা ৰূপ।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ছবিত এগৰাকী মহিলা চিকিৎসকে ৰোগীৰ চিকিৎসা কৰা দেখা গৈছে। মা দুৰ্গাৰ দৰেই তেওঁৱো দশভূজা।

তেওঁৰ কোনোবাখন হাতত যদি আছে ষ্টেথ’স্কোপ, আন কোনোখন হাতত আছে ইঞ্জেকশ্যন।

দৰাচলতে অল ইণ্ডিয়া মেডিকেল ষ্টুডেন্ট এছ’চিয়েশ্যনে এই ছবিখন প’ষ্ট কৰি সকলোকে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছে।

ভাইৰেল হৈ পৰা এই ছবিখনৰ ওপৰত মন্তৱ্য কৰি বহুতেই লিখিছে, ‘’এইদৰে চিকিৎসকৰ ৰূপত যাতে মা দুৰ্গাই আমাক আঁকোৱালি ধৰি ৰাখে। ভয়ংকৰ সংক্ৰমণৰ পৰা যাতে ৰোগীসকলক সুস্থ কৰি ৰাখে।‘’

পৃথিৱীৰ এনে অসুস্থ অৱস্থাত ছবিখনে যেন সকলোৰে প্ৰকৃত মনৰ কথাকে প্ৰতিফলিত কৰিছে।

Wish you a very HAPPY NAVRATRI pic.twitter.com/LYNyFKJKMf

— ALL INDIA MEDICAL STUDENTS' ASSOCIATION (@official_aimsa) October 17, 2020

নেটিজেনসকলে বিশ্বৰ সকলো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জনাই প্ৰশংসাৰে উপচাই পেলাইছে।

কিন্তু এই ঈশ্বৰৰ হাতৰ এতিয়াও প্ৰয়োজন আছে। উৎসৱৰ বতৰত কৰ’নাৰ প্ৰত্যাহ্বান বৃদ্ধি পোৱাৰো সম্ভাৱনা অধিক। উৎসৱ-আনন্দৰ ছুটীৰ পৰা নিজকে নিলগাই ৰাখি ৰোগীৰ সেৱাত আত্মনিয়োগ কৰাৰ গুৰু দায়িত্বও এই ঈশ্বৰৰ দেৱদূতসকলৰ হাততেই ন্যস্ত ৰৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd