• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ বন বিভাগৰ লক-আপত ৰহস্যজনক ভাৱে উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহ

পৰিয়ালৰ অভিযোগ : তিনি লাখ টকা আৰু এখন গাড়ী দিব নোৱাৰাৰ বাবেই হত্যা কৰা হ'ল মিৰ্জাদক

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 8, 2019 3:03 pm
IMG-20190108-WA0112-01

চোৰাং চিকাৰী মিৰ্জাদ আলীৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ বন সংমণ্ডল প্ৰাধিকাৰী (বন্যপ্ৰাণ সংৰক্ষণ সংমণ্ডলত ) কাৰ্যালয়ত আজি এক শোকাকূল পৰিবেশ। কাৰ্যলয়টোৰ চৌদিশে কেৱল কান্দোনৰ ৰোল। সকলোৰে হিয়া ভগা কান্দোনত মাজে মাজে মহিলা আৰক্ষীৰ টনা আজোৰা। এই পৰিৱেশৰ কাৰণ হৈছে বন বিভাগৰ লক-আপত ৰহস্যজনক ভাবে উদ্ধাৰ হৈছে চোৰাং চিকাৰী মিৰ্জাদ আলীৰ মৃতদেহ। যোৱা ২২ ডিচেম্বৰত তেজপুৰ আৰক্ষীয়ে বন্দুকসহ গ্ৰেপ্তাৰ কৰিছিল চোৰাং চিকাৰী মিৰ্জাদক।

যোৱা ৬ জানুৱাৰি দেওবাৰে বিশ্বনাথৰ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ে ৭ দিনৰ জিম্মাত  আৰক্ষীৰ পৰা দূধৰ্ষ চোৰাং চিকাৰীজনক জিম্মাত লোৱাৰ পিছতে আজি পুৱা লক-আপৰ ভিতৰতে ৰহস্যজনক ভাৱে ডিঙিত চিপ লোৱা অবস্থাত আজি পোৱা উদ্ধাৰ হৈছে চোৰাং চিকাৰীজনৰ মৃতদেহ। তাৰ পিছতেই এই কাৰ্যালয়টোত শোকাকুল পৰিবেশ বিৰাজ কৰিছে।

Apply Now

এই ঘটনা মিৰ্জাদৰ পৰিয়ালে গম পোৱাৰ পিছতে এক শোকাকূল পৰিবেশৰ সৃষ্টি হয় বন বিভাগৰ কাৰ্যালয়ত। পৰিয়ালৰ এটাই কথা ”আমাকো মাৰি পেলাওক, পইচা লাগে প্ৰাঞ্জল বৰুৱাক, তেজ বিক্ৰী কৰি বা কিডনি বিক্ৰী কৰি হলেও আমি টকা দিলো হয়। কিয় মাৰি পেলালে আমাৰ মানুহজনক।” হয়, বন বিভাগৰ জিন্মাত কি দৰে লক-আপৰ ভিতৰত এজন আচামীৰ মৃত্যু সংঘটিত হ’ল সেয়া চিন্তনীয় বিষয়।

বন বিভাগে এই মৃত্যুক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে যদিও পৰিয়ালৰ মতে এয়া কোনো পধ্যেই আত্মহত্যাৰ ঘটনা নহয়। পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। পৰিয়ালৰ ষ্পষ্ট অভিযোগ যে প্ৰঞ্জল বৰুৱাই মৃত মিৰ্জাদৰ পৰা বিচাৰি্ছিল নগদ তিনি লাখ টকা আৰু এখন গাড়ী। নিৰ্দিষ্ট সময়ৰ ভিতৰত মৃত মিৰ্জাদৰ পৰিয়ালে দিব নোৱাৰিলে প্ৰাঞ্জল বৰুৱাই দাবী কৰা ধন আৰু গাড়ী। যাৰ বাবে ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই নিশা মিৰ্জাদক এইদৰে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ তুলিছে পৰিয়ালে।

ইতিমধ্যে বিশ্বনাথ আৰক্ষী উক্ত কাৰ্যলয়ত উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ অনুসন্ধানত হে ওলাব প্ৰকৃত ৰহস্য।

আনহাতে উক্ত ঘটনাটো হত্যাই হওক বা আত্মহত্যাই হওক, বন বিভাগৰ লক-আপৰ ভিতৰত আচামীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথত।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd